• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তেজনাৰ মাজতে আমেৰিকাত ৩জন চীনা গৱেষকক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2020 12:30 pm

1 min read

US-Arrests-Three-Chinese-Investigators-Says-Another-Is-Taking-Shelter.img
10k
VIEWS
Share on FacebookShare on Twitter

চীন আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে চীনৰ চাৰিগৰাকী গৱেষকৰ বিৰুদ্ধে আমেৰিকাত ভিছা জালিয়াতিৰ অভিযোগ অনা হৈছে।

দেশখনৰ এফ বি আইয়ে বৃহস্পতিবাৰে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আনে। চীনৰ সামৰিক বাহিনীৰ সৈতে তেওঁলোকৰ সম্পৰ্কক লৈ তেওঁলোকে মিছা মতাৰ অভিযোগ তোলা হৈছে।

তেওঁলোকৰ ভিতৰত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। আনজনে ছান ফ্ৰান্সিকোৰ দূতাবাসত আশ্ৰয় লৈছে যদিও এফবিআইয়ে তেওঁকো গ্ৰেপ্তাৰ কৰিব বিচাৰিছে।

আমেৰিকাৰ আইন মন্ত্ৰ্যালয়ে অভিযোগ কৰা মতে, এই গৱেষক চাৰিজন হৈছে দেশখনৰ ইনষ্টিটিউটসমূহৰ পৰা বৈজ্ঞানিক তথা প্ৰযুক্তিগত শিক্ষা গ্ৰহণত চীনৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টাৰ অংশ।

দেশখনৰ মুক্ত সমাজ ব্যৱস্থাৰ পৰা সুবিধা ল’বলৈ তথা শৈক্ষিক প্ৰতিষ্ঠানসমূহক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চীনৰ কমিউনিষ্ট পাৰ্টিৰ পৰিকল্পনাৰ অংশ বুলি অভিহিত কৰা হৈছে।

জানিব পৰা মতে, তেওঁলোকৰ ১০ বছৰৰ কাৰাদণ্ড আৰু আঢ়ৈ লাখ ডলাৰ জৰিমনা হ’ব পাৰে।

ইপিনে, চীনে ইয়াক তেওঁলোকৰ বিৰুদ্ধে ৰাজনৈতিক নিপীড়ন হিচাপে অভিহিত কৰিছে।

শেহতীয়াভাৱে সামৰিক, বাণিজ্যকে ধৰি বিভিন্ন বিষয়ত আমেৰিকা আৰু চীনৰ মাজত এক প্ৰবল বিদ্বেষপূৰ্ণ সম্পৰ্কৰ সৃষ্টি হৈছে।

বিভিন্ন সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বিদ্ৰুপ প্ৰকাশ কৰি আহিছে আৰু শেহতীয়াভাৱে কৰ’না ভাইৰাছক লৈ ট্ৰাম্পে চীনক প্ৰায় একাষৰীয়া কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd