• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন এক বিপৰ্যয়! কেনেডি চেণ্টাৰৰ পৰা ট্ৰাম্পৰ নাম আঁতৰোৱাৰ নিৰ্দেশ আমেৰিকাৰ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 9:46 am
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালতত আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ প্ৰয়াত ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ সন্মানত দেশৰ ৰাজধানীত থকা এই কলা কেন্দ্ৰটোৰ নামকৰণ কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ নাম যোগ কৰি কেন্দ্ৰটোৰ নাম সলনি কৰে। এই কলা কেন্দ্ৰটোক বৰ্তমান ‘ট্ৰাম্প কেনেডি চেণ্টাৰ’ বুলি কোৱা হয়। আমেৰিকাৰ ফেডাৰেল আদালতে কেন্দ্ৰটোৰ পৰা ট্ৰাম্পৰ নাম আঁতৰোৱাৰ নিৰ্দেশ দিছে।

আদালতৰ মতে, বিখ্যাত কেনেডি চেণ্টাৰ ফৰ দ্য পাৰ্ফৰ্মিং আৰ্টছৰ নাম অবৈধভাৱে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নামেৰে সলনি কৰা হৈছে। গতিকে ট্ৰাম্পৰ নাম আঁতৰাব লাগিব।

Apply Now

মন কৰিবলগীয়া যে যোৱা বছৰৰ ডিচেম্বৰ মাহত ট্ৰাম্পে জন এফ কেনেডি চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছৰ নাম সলনি কৰিছিল। দ্বিতীয় কাৰ্যকালৰ আৰম্ভণিতে তেওঁ নিজকে সংস্থাটোৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। কেন্দ্ৰটোৰ পৰিচালনা পৰিষদে (যিটো ট্ৰাম্পে নিজৰ মানুহৰ দ্বাৰা বনাইছে) নামটো ‘ট্ৰাম্প কেনেডি চেণ্টাৰ’লৈ সলনি কৰাৰ সপক্ষে ভোটদান কৰে। এই নাম সলনিক লৈও প্ৰশ্ন উত্থাপন হৈছে।

শুকুৰবাৰে আমেৰিকাৰ ফেডাৰেল ন্যায়াধীশ ক্রিষ্টোফাৰ কুপাৰে ৰায় দিয়ে যে ভৱনটোৰ নাম সলনি কৰাৰ ক্ষমতা কেৱল কংগ্ৰেছৰহে আছে। আদালতে কয় যে ব’ৰ্ডে একপক্ষীয়ভাৱে কেনেডি চেণ্টাৰৰ নাম সলনি কৰি ৰাষ্ট্ৰপতি ট্ৰাম্প কৰি নিজৰ আইনী কৰ্তৃত্ব উলংঘা কৰিছে। আদালতে তাৰ পৰা ট্ৰাম্পৰ নামটো আঁতৰাবলৈ ১৪ দিনৰ সময়সীমাও নিৰ্ধাৰণ কৰে। এই ৰায়দানৰ ফলত ভৱনটো মেৰামতিৰ বাবে দুবছৰৰ বাবে বন্ধ কৰাৰ পৰিকল্পনাও বন্ধ কৰি দিয়া হয়।

ইয়াৰ পিছতে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত নিজৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ ন্যাযাধীশজনক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰটোক “মৃতপ্ৰায়” বুলিও অভিহিত কৰে। কেন্দ্ৰটোৰ পৰা নিজকে আঁতৰাই নিয়াৰ কথাও ঘোষণা কৰে ট্ৰাম্পে।

পোষ্টটোত ট্ৰাম্পে লিখিছে, “আমি তেওঁলোকৰ সৈতে কাম কৰি এই ব্যৰ্থ প্ৰতিষ্ঠানটো কংগ্ৰেছলৈ ঘূৰাই দিম যাতে তেওঁলোকে ইয়াৰ বাবে কি কৰিব সেইটো সিদ্ধান্ত ল’ব পাৰে।” একে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যেতিয়ালৈকে তেওঁ কাম কৰিবলৈ স্বাধীন, তেতিয়ালৈকে “নেভাৰ নেভাৰ লেণ্ড”ৰ দিশত হতাশাজনক যাত্ৰা অব্যাহত ৰখাৰ তেওঁৰ কোনো আগ্ৰহ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd