• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানৰ আশাত চেঁচাপানী ঢালিলে আমেৰিকাই! দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ টিআৰএফক সন্ত্ৰাসবাদী সংগঠন আখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 5:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড খ্যাত টিআৰএফক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে আমেৰিকাই। বৃহস্পতিবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। মন কৰিবলগীয়া যে টি আৰ এফক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ বিৰুদ্ধে পাকিস্তানে বাৰে বাৰে মাত মাতি অহিছে। অৱশ্যে এইবাৰ আমেৰিকাৰ এই সংঠনটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

২২ এপ্ৰিলৰ হত্যাকাণ্ডৰ পিছত লস্কৰৰ প্ৰক্সি সংগঠন ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু মাত্ৰ কেইঘণ্টামানৰ পিছতে টি আৰ এফেও এই দায়িত্ব প্ৰত্যাহাৰ কৰিলে। অৱশ্যে তদন্তকাৰীয়ে টিআৰএফৰ আঁৰত থকা পাকিস্তানৰ হাতখনেও সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰথমে দায়িত্ব গ্ৰহণ কৰা আৰু পিছত অস্বীকাৰ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে পেহেলগামত ২৬ জন লোকৰ মৃত্যু হোৱা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি প্ৰস্তাৱ জাৰি কৰে। অৱশ্যে এই প্ৰস্তাৱত সন্ত্ৰাসবাদী সংগঠনটোৰ নাম টি আৰ এফ বুলি উল্লেখ কৰা হোৱা নাই।

Apply Now

পাকিস্তান আৰু চীনৰ আপত্তিৰ বাবে এই প্ৰস্তাৱত টি আৰ এফৰ নাম উল্লেখ কৰা হোৱা নাই বুলি কূটনৈতিক সমাজে বিশ্বাস কৰে। দায়িত্ব অস্বীকাৰ কৰি পাকিস্তানে যুক্তি আগবঢ়ায় যে এই আক্ৰমণত টিআৰএফ জড়িত থকাৰ কোনো প্ৰমাণ এতিয়াও পোৱা হোৱা নাই। গতিকে কোনো কাৰণতে টি আৰ এফক জগৰীয়া কৰিব নোৱাৰিব। এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোক বচাবলৈ পাকিস্তানে কৰা প্ৰচেষ্টাই স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন কৰে যে ইছলামবাদে কিয় টি আৰ এফক বচাবলৈ চেষ্টা কৰিছে?

কিন্তু পাকিস্তানৰ বিৰোধিতা সত্ত্বেও এইবাৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত হ’ল টিআৰএফ। আমেৰিকাৰ এক বিবৃতিত কোৱা হৈছে যে, ‘এফটিঅ’ আৰু এছডিজিটি তালিকাত ৰেজিষ্টেন্স ফ্ৰণ্টক অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।’ মন কৰিবলগীয়া যে পহলগাম কাণ্ড আৰু অপাৰেচন সিন্দুৰৰ পিছত ট্ৰাম্প আৰু পাকিস্তানৰ বন্ধুত্ব বহুবাৰ উন্মোচিত হৈছে। ইছলামবাদেও আমেৰিকাৰ সহায়ৰ আশাত ট্ৰাম্পৰ নাম নোবেল বঁটাৰ বাবে পৰামৰ্শ দিছে। যোৱা মাহত পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰ আমেৰিকালৈ গৈছিল। তাত তেওঁ ট্ৰাম্পৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতো আমেৰিকাই টিআৰএফৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd