• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ তাণ্ডৱ; এইবাৰ স্কুলত প্ৰৱেশ কৰি অধ্যক্ষক গুলীয়ালে প্ৰাক্তন ছাত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2021 2:54 pm
Gun Fire

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত পুনৰ বন্দুকধাৰীয়ে চলালে তাণ্ডৱ। এইবাৰ স্কুলত প্ৰৱেশ কৰি প্ৰাক্তন ছাত্ৰই চলালে নিৰ্বিচাৰে গুলী। অৱশ্যে কোনো শিক্ষাৰ্থী হতাহত হোৱাৰ খৱৰ পোৱা হোৱা নাই যদিও গুৰুতৰভাৱে আহত হৈছে স্কুলৰ অধ্যক্ষগৰাকী।

দেশখনৰ আৰক্ষীয়ে ইতিমধ্যে আততায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Apply Now

টেক্সাছৰ হিউষ্টন স্কুলত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। শিক্ষাৰ্থীসকলৰ মাজতো আতংকই বিয়পি পৰে। অভিভাৱকসকলো শংকিত হৈ পৰিছে আৰু দেশখনৰ বন্দুক নীতিকলৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।

বাতৰি অনুসৰি, শুকুৰবাৰে বিয়লি হাতত বন্দুক লৈ হঠাতে হিউষ্টনৰ ইয়েছ প্ৰেপ ছাউথৱেষ্ট ছেকেণ্ডাৰি স্কুলত আততায়ীজন সোমাই পৰে।

প্ৰৱেশ কৰিয়েই অধ্যক্ষৰ কাষৰ ৰুমতে গুলী চলাই থকা শুনি শিক্ষাৰ্থীসকলৰ কথা চিন্তা কৰি অধ্যক্ষগৰাকী ওলাই অহাত তেওঁৰ পিঠিত গুলী লাগে।

গুৰুতৰভাৱে আহত অধ্যক্ষগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে আততায়ীক বিচাৰি তীব্ৰ অভিযান চলাই আৰু অৱশেষত আটক কৰে।

বাতৰি মতে ২৫বছৰীয়া এই আততায়ী ইয়েছ প্ৰেপ ছাউথৱেষ্ট ছেকেণ্ডাৰি স্কুলৰে প্ৰাক্তন ছাত্ৰ। আৰক্ষীয়ে কি কাৰণত প্ৰাক্তন ছাত্ৰজনে গুলী চলাইছিল সেয়া জানিবলৈ জেৰা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

July 14, 2026 8:57 am
ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

July 14, 2026 8:36 am
ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ অসন্তুষ্ট ৫৩ শতাংশ এনডিএ ভোটাৰ! কোন পথে আগবঢ়িব মোডী চৰকাৰ?

ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ অসন্তুষ্ট ৫৩ শতাংশ এনডিএ ভোটাৰ! কোন পথে আগবঢ়িব মোডী চৰকাৰ?

July 14, 2026 7:33 am
প্ৰতিদিনে ২৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে কৰ্কট ৰোগে! ধনী-দুখীয়াৰ ব্যৱধানে নিৰ্ধাৰণ কৰিছে ৰোগীৰ আয়ুস, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য…

প্ৰতিদিনে ২৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে কৰ্কট ৰোগে! ধনী-দুখীয়াৰ ব্যৱধানে নিৰ্ধাৰণ কৰিছে ৰোগীৰ আয়ুস, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য…

July 14, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

July 14, 2026 8:57 am
ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

July 14, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd