• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

বিভিন্ন দেশৰ বাণিজ্যিক জাহাজৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হৈছে আৰু আমেৰিকাৰ নৌসেনাৰ অৱৰোধ উঠাই লোৱা হৈছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 9:10 am
ফটোঃ এ আই।

ফটোঃ এ আই।

1.2k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হ’ল। ফলত ১০৭ দিন ধৰি চলি থকা মধ্যপ্ৰাচ্যৰ সংঘাতৰ অন্ত পৰিল। একে সময়তে হৰমুজ প্ৰণালীৰ দুৱাৰখনো খোল খালে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত এই শান্তি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে।

একে সময়তে ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে বিশ্বৰ বিভিন্ন দেশৰ বাণিজ্যিক জাহাজৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হৈছে আৰু আমেৰিকাৰ নৌসেনাৰ অৱৰোধ উঠাই লোৱা হৈছে।

Apply Now

‘ট্ৰুথ ছ’চিয়েল’ত ট্ৰাম্পে লিখিছে, “ইৰাণৰ সৈতে চুক্তি সম্পূৰ্ণ হৈছে। মই সকলোকে অভিনন্দন জনাইছো!” তেওঁ লগতে লিখিছে, “এই চুক্তিয়ে সমগ্ৰ অঞ্চলটোলৈ শান্তি আৰু নিৰাপত্তা কঢ়িয়াই আনিব। মোৰ আগৰ বহু ৰাষ্ট্ৰপতিয়ে ইৰাণৰ সৈতে শান্তি স্থাপনৰ চেষ্টা কৰিছিল, কিন্তু তেওঁলোক সকলোৱে ব্যৰ্থ হৈছিল। এই অঞ্চলৰ জনসাধাৰণে প্ৰথমজন ৰাষ্ট্ৰপতি পাইছে যিয়ে প্ৰকৃত শান্তি কঢ়িয়াই আনিলে। শুকুৰবাৰে চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত, প্ৰণালীটো মুকলি কৰি দিয়া আৰু লেণ্ডমাইন আঁতৰোৱাৰ ফলত দুয়ো দিশৰ পৰা অঞ্চলটোলৈ আৰু বিশ্বলৈ তেলৰ যোগান পুনৰ আৰম্ভ হ’ব।”

অৱশ্যে ইৰাণে এতিয়াও শান্তি চুক্তি সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। ইৰাণৰ ফাৰ্চ নিউজ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি অতি সোনকালেই চৰকাৰে আমেৰিকাৰ সৈতে যুদ্ধবিৰতি চুক্তি সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিব। ইয়াৰ উপৰিও সংবাদ সংস্থাটোৱে দাবী কৰিছে যে ইৰাণে ওমানৰ সহযোগত পাৰস্য উপসাগৰত সামুদ্ৰিক যাতায়ত নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত লৈছে।

বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, মুঠ ১৪টা বিষয়ত দুয়োখন দেশৰ মাজত সহমতত উপনীত হোৱাৰ পিছতে এই শান্তি চুক্তি স্বাক্ষৰিত হয়। সেই ১৪টা বিষয় হ’ল-

  • ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ।
  • ইৰাণৰ বন্দৰসমূহক আগুৰি থকা আমেৰিকাৰ নৌসেনাৰ অৱৰোধ ৩০ দিনৰ ভিতৰত উঠাই লোৱা।
  • ইৰাণৰ পৰা আমেৰিকাৰ বাহিনীৰ প্ৰত্যাহাৰ।
  • লেবাননকে ধৰি সকলো ফ্ৰণ্টতে স্থায়ী যুদ্ধবিৰতি।
  • ইৰাণৰ পৰিচালনাত পুনৰ মুকলি কৰা হ’ব হৰমুজ প্ৰণালী।
  • ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি দিছে।
  • ইৰাণৰ তেল আৰু ইন্ধন সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞাৰ অন্ত।
  • আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে ইৰাণৰ বাবে পুনৰ্গঠনৰ পৰিকল্পনা আগবঢ়াব, যাৰ বাবে কমেও ৩০০ বিলিয়ন ডলাৰ খৰচ হ’ব।
  • মধ্যপ্ৰাচ্য অঞ্চলত সামৰিক শক্তি বৃদ্ধি নকৰাৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ।
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd