DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ডিজিটেল ষ্ট্ৰাইক; ভাৰতৰ দৰে আমেৰিকাইও নিষিদ্ধ কৰিব কেইবাটাও চাইনীজ এপ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 1:01 pm
387
VIEWS
Share on FacebookShare on Twitter

ভাৰতে চীনা এপৰ বিৰুদ্ধে চলোৱা ডিজিটেল ষ্ট্ৰাইকৰ পিছতে এতিয়া আমেৰিকাইও চীনৰ কিছু এপ নিষিদ্ধ কৰাৰ চিন্তা চৰ্চা কৰিছে।

এই সন্দৰ্ভত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিঅ’ই কয় যে আমৰিকাই চীনা এপ নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলাই আছে, য’ত টিকটকৰ দৰে জনপ্ৰিয় এপো অন্তৰ্ভুক্ত।

মাইক পম্পিঅ’ৰ এই মন্তব্যৰ পিছতে চীনত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাটো নিশ্চিত।

উল্লেখ্য যে, ভাৰত-চীন সীমান্তত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছতেই ভাৰতে জনপ্ৰিয় টিকটকসহ মুঠ ৫৯টা চাইনীজ এপ নিষিদ্ধ ঘোষণা কৰিছিল। ভাৰত চৰকাৰৰ এই সিদ্ধান্ত ডিজিটেল ষ্ট্ৰাইক বুলি অভিহিত কৰা হৈছে।

চাইনীজ এপ নিষিদ্ধ হোৱাৰ পিছৰে পৰা ভাৰতত নিৰ্মিত এপৰ ডাউনলোড যথেষ্ট পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে। টিকটৰ পৰিৱৰ্তে চিংগাৰী আৰু ধকধক, কেমস্কেনাৰৰ বিপৰীতে স্কেন কৰো এপ আৰু চেয়াৰ ইটৰ সলনি চেয়াৰ চাটৰ দৰে এপ ডাউনলোড হৈ আছে।

ইফালে পম্পিঅ’ৱে কৈছে যে চীনৰ বিৰুদ্ধে এতিয়া আমেৰিকাই অন্য ধৰণে মুখামুখি কৰিব লাগিব।

উল্লেখ্য যে ভাৰতত জনপ্ৰিয় টিকটক বন্ধ হোৱাৰ পিছতে চাইনীজ কোম্পানিটোৰ প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছিল।

ভাৰতৰ পিছতে আমেৰিকাই চাইনীজ এপৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক চলাব বুলি কৰা মন্তব্যক চীনে কেনেধৰণে প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষ্যণীয় হৈ পৰিব।

Recent News

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd