• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাৰ এজন যুৱকে চিন্তাত পেলাইছে দেশখনৰ স্বাস্থ্য বিজ্ঞানীসকলক, কিন্তু কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 14, 2020 5:50 pm

1 min read

a america
64.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছকলৈ বিশ্বৰ বিজ্ঞানীসকলে নিৰন্তৰ গৱেষণা অব্যাহত ৰাখিছে।

গৱেষণাৰ ফলাফল ভিত্তিতে বিজ্ঞানীসকলে এই বুলি মন্তব্য কৰি আহিছে যে এবাৰ ক’ৰ’ণাত আক্ৰান্ত হোৱা জন পুৰ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো আশংকা নাথাকে।

বিশেষকৈ এবাৰ ক’ৰ’ণাত আক্ৰান্ত হোৱা লোক এজনৰ দেহত যি এণ্টিবডিৰ সৃষ্টি হয় সেই এণ্টিবডিয়ে লোক জনক পুনৰ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত ৰক্ষা কৰে।

কিন্তু স্বাস্থ্য বিজ্ঞানীসকলৰ এনে দাবী নস্যাৎ কৰি আমেৰিকাত পুনৰ আক্ৰান্ত হ’ল এবাৰ ক’ৰ’ণাত আক্ৰান্ত হোৱা এজন যুৱক।

আমেৰিকাৰ নেভাডা নিবাসী ২৫ বছৰীয়া যুৱক জন প্ৰথমে ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে তেওঁ চিকিৎসা গ্ৰহণ কৰে।

চিকিৎসাৰ অন্তত তেওঁৰ ক’ৰ’ণা পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহে যদিও ৰোগৰ পৰা মুক্ত হোৱাৰ ৪৮ দিন পিছত যুৱক জন পুনৰ অসুস্থ হৈ পৰে।

তেওঁৰ উশাহ লোৱাত ভীষণ কষ্ট হবলৈ ধৰে আৰু পৰিয়ালৰ লোকে তেওঁক চিকিৎসকৰ কাষলৈ নিয়াত চিকিৎসকে যুৱক জনৰ ক’ৰ’ণাৰ পৰীক্ষা কৰে।

এই পৰীক্ষাত সকলোকে আচৰিত কৰি দি যুৱক জনৰ ক’ৰ’ণাৰ ৰিপ’ৰ্ট পজিটিভ আহে।

৪৮ দিন আগতে ক’ৰ’ণাৰ পৰা মুক্ত হোৱা যুৱক জন পুনৰ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া চিন্তিত কৰি তুলিছে বিজ্ঞানীসকলক।

আমেৰিকাৰ এদল বিজ্ঞানীয়ে যুৱক জনৰ দেহত ক’ৰ’ণা প্ৰতিৰোধী এণ্টিবডিৰ সৃষ্টিয়েই হোৱা নাছিল নেকি সেই বিষয়ত অনুসন্ধান আৰম্ভ কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd