• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইৰানৰ ইউৰেনিয়াম সমৃদ্ধকৰণক লৈ আপত্তি আমেৰিকাৰ! IAEA প্ৰধানৰ ইৰান ভ্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2025 6:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰানৰ ইউৰেনিয়াম সমৃদ্ধকৰণ কাৰ্যকলাপৰ বিৰুদ্ধে আপত্তি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। তেওঁলোকৰ মতে, ইৰানে পৰমাণু অস্ত্ৰ তৈয়াৰ কৰিব পাৰে। ইৰানে যি মাত্ৰাত  ইউৰেনিয়াম গোটাইছে কৰিছে, তাৰ পৰা পৰমাণু বোমা তৈয়াৰ কৰিব পৰিব।

উল্লেখ্য যে ২০১৫ চনৰ পৰমাণু চুক্তি অনুসৰি ইউৰেনিয়াম সমৃদ্ধকৰণ ৩.৬৭%ত সীমিত ৰখাৰ সিদ্ধান্ত কৰিছিল, কিন্তু ইৰানে এই পৰিমাণ ৬০%লৈ বৃদ্ধি কৰিছে, যিটো শান্তিপূৰ্ণ শক্তি উৎপাদনৰ বাবে প্ৰয়োজনতকৈ বহু বেছি। এই সন্দৰ্ভত আমেৰিকাই সামৰিক পদক্ষেপৰ ভাবুকি দিছে, কিন্তু ইৰানে দাবী কৰিছে যে কেৱল শান্তিপূৰ্ণ শক্তিৰ বাবে ইউৰেনিয়াম গোটোৱা হৈছে।

Apply Now

এই বৰ্ধিত উত্তেজনাৰ মাজতে জাতিসংঘৰ পৰমাণু নিৰীক্ষক সংস্থা (IAEA)ৰ প্ৰধান ৰাফায়েল গ্ৰছি ২৩-২৪ এপ্ৰিলত ইৰান ভ্ৰমণ কৰিব। ইৰানে IAEAৰ নিৰীক্ষকসকলৰ প্ৰৱেশ সীমিত কৰিছে আৰু নিৰীক্ষণ কেমেৰা বিঘ্নিত কৰিছে, যাৰ ফলত তেওঁলোকৰ কাৰ্যক্ৰমৰ তদাৰক কৰা কঠিন হৈ পৰিছে। গ্ৰছিৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে ইৰানৰ সৈতে সহযোগিতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ পৰমাণু কাৰ্যক্ৰমৰ স্বচ্ছতা নিশ্চিত কৰা।

যদিও যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত পৰমাণু আলোচনা চলি থকাৰ পাছতো অব্যাহত আছে মতানৈক্য। ইৰানে ইউৰেনিয়াম সংগ্ৰহ বন্ধ কৰিবলৈ অস্বীকাৰ কৰিছে ইয়অৰ পৰিৱৰ্তে আমেৰিকাই কঠোৰ সীমা আৰু নিৰীক্ষণৰ দাবী জনাইছে।

IAEAৰ মতে, ইৰানৰ উচ্চ সমৃদ্ধ ইউৰেনিয়ামৰ মজুত এতিয়া কেইবাটাও পৰমাণু বোমা তৈয়াৰৰ বাবে যথেষ্ট। গ্ৰছিৰ ভ্ৰমণ আৰু আগন্তুক আলোচনাৰ জৰিয়তে এই সমস্যাৰ শান্তিপূৰ্ণ সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

ইফালে ইৰানে বাৰে বাৰে দাবী কৰিছে যে তেওঁলোকৰ পৰমাণু কাৰ্যক্ৰম কেৱল শক্তি উৎপাদন আৰু শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে। কিন্তু এই যুক্তি পশ্চিমীয়া দেশসমূহে গ্ৰহণ কৰা নাই। ২০২৫ চনৰ মাৰ্চত ট্ৰাম্পে ইৰানৰ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইলৈ এখন পত্ৰ প্ৰেৰণ কৰি পৰমাণু চুক্তিৰ বাবে দুই মাহৰ সময়সীমা নিৰ্ধাৰণ কৰে আৰু আলোচনা নহ’লে সামৰিক ব্যৱস্থাৰ ভাবুকি প্ৰদান কৰিছিল। প্ৰথমে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেস্কোভৰ চৰকাৰে আলোচনাৰ পৰা আঁতৰি থাকিলেও, আমেৰিকাৰ হেঁচাত এপ্ৰিল মাহৰ আৰম্ভণিতে ওমানত দুয়োপক্ষৰ প্ৰতিনিধিৰ মাজত পৰোক্ষ আলোচনা অনুষ্ঠিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd