DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি! ১০০০ চীনা নাগৰিকৰ ভিছা বাতিল কৰিলে আমেৰিকাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 7:38 am
WhatsApp Image 2020-09-11 at 7.10.02 AM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

21.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই ১০০০ চীনা নাগৰিকৰ ভিছা বাতিল কৰিছে। এই লোকসলৰ চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিৰ সৈতে গোপন যোগাযোগ থকাৰ সন্দেহ কৰা হৈছে।

আমেৰিকাৰ পৰা গোপনে এই লোকসকলে তথ্য সৰকোৱাৰ চেষ্টা কৰা বুলি আশংকা কৰিছে দেশখনৰ প্ৰশাসনে।

যোৱা ২৯ মে’ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে চীনৰ শিক্ষাৰ্থী তথা গৱেষকসকলক দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

মাৰ্কিন হোমলেণ্ড ছিকিউৰিটি বিভাগৰ মুৰব্বী চাদ উলফে জানিবলৈ দিয়ে যে পিএলএৰ সৈতে সম্পৰ্ক থকা শিক্ষাৰ্থীসকলে যাতে গোপনে তথ্য সৰকাব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা ঘোষণা কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আমেৰিকাই অভিযোগ কৰিছিল যে চীনে গোপন তথ্য সৰকোৱাৰ লগতে উদ্যোগক্ষেত্ৰতো চোৰাংচোৱাগিৰি কৰিছে। ইয়াৰ বাবে শিক্ষাৰ্থীৰ ভিছাসমূহৰ ভুলধৰণে ব্যৱহাৰ কৰা হৈছে।

আমেৰিকাই পুনৰ সেই অভিযোগ উত্থাপন কৰিছে। তদুপৰি, চীনৰ উৎপাদিত সামগ্ৰী আমেৰিকাত প্ৰৱেশতো বাধা আৰোপ কৰা হৈছে।

এইবাৰ দেশখনে ১০০০তকৈয়ো অধিক শিক্ষাৰ্থীৰ বাতিল কৰিলে আৰু লগতে উচ্চ শিক্ষাৰ বাবে অহা তথা গৱেষকৰো ভিছা বাতিল কৰা হৈছে।

অৱশ্যে, বৈধভাৱে আমেৰিকাত অধ্যয়ন কৰিবলৈ অহা সকলৰ সমস্যা নাই বুলি কোৱা হৈছে। বৰ্তমান আমেৰিকাত ৩লাখ ৬০হাজাৰ চীনৰ শিক্ষাৰ্থী আছে।

ইপিনে, অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ নিৰ্বাচনৰ প্ৰচাৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে বিৰোধী নেতা জো বিডেনক চীনৰ পক্ষত থকা বুলি সমালোচনা কৰি আহিছে।

ট্ৰাম্পে আনকি বিডেন ক্ষমতালৈ আহিলে আমেৰিকা চীনৰ দখললৈ যাব বুলিও কটাক্ষ কৰি নিৰ্বাচনী ৰণ জিকাৰ কৌশল অৱলম্বন কৰিছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd