• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষুব্ধ চীন! টাইৱানকলৈ ঐতিহাসিক সিদ্ধান্ত ল’ব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2022 8:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেট সমিতিয়ে টাইৱানকলৈ এটা ঐতিহাসিক সিদ্ধান্ত লোৱাৰ প্ৰথমটো পদক্ষেপ সম্পূৰ্ণ কৰিছে। তেওঁলোকে টাইৱান বিষয়ত অনা এখন বিধেয়কৰ সপক্ষে ভোট দিছে। যদি বিধেয়কখন গৃহীত হয় তেনেহ’লে টাইৱান-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কই এক নতুন ৰূপ ল’ব।

এই পদক্ষেপ চূড়ান্ত হ’লে টাইৱানক দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক সাহায্যৰ হাৰ যথেষ্ট বৃদ্ধি পাব। এই পদক্ষেপৰ অধীনত টাইৱানক কেইবা শ কোটি ডলাৰৰ নিৰাপত্তা সাহায্য আগবঢ়োৱাৰ কথা কোৱা হৈছে।

লগতে পঢ়ক: Vladimir Putin: পুটিনক হত্যাৰ ষড়যন্ত্ৰ! মাৰাত্মক আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰই টাইৱানক শতিকা ধৰি অস্ত্ৰ প্ৰদান কৰি আহিছে। কিন্তু টাইৱান পলিচি এক্ট ২০২২-ৰ অধীনত অহা চাৰি বছৰত স্বায়ত্তশাসিত অঞ্চলটোক ৪.৫ বিলিয়ন ডলাৰ সামৰিক সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ আওতাত চীনৰ ওপৰত অধিক নিষেধাজ্ঞাৰ পৰিকল্পনা কৰা হৈছে।

যদিও বিডেন প্ৰশাসনৰ বহুতে টাইৱান পলিচি এক্ট ২০২২কলৈ চিন্তিত। তেওঁলোকে চীনত ক্ষুব্ধ প্ৰতিক্ৰিয়াকলৈ উদ্বিগ্ন। অৱশ্যে চিনেট বৈদেশিক সম্পৰ্ক সমিতিৰ ১৭জন সদস্যই বিধেয়কখনত অনুমোদন জনায়। আনহাতে, মাত্ৰ পাঁচজনে ইয়াৰ বিৰোধিতা কৰিছে।

অৱশ্যে বিধেয়কখন আইনত পৰিণত হ’বলৈ এতিয়াও চিনেটৰ অনুমোদনৰ প্ৰয়োজন। ৰাষ্ট্ৰপতি বিডেনে বিধেয়কখনত স্বাক্ষৰ কৰিব নে নাই সেয়া হোৱাইট হাউচে এতিয়ালৈকে স্পষ্ট কৰা নাই।

লগতে পঢ়ক: পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ক’লে, ’৭৫ বছৰ ধৰি ভিক্ষাৰ পাত্ৰ লৈ ঘূৰি ফুৰিছো’

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ঐতিহাসিক পদক্ষেপকলৈ অসন্তুষ্ট হৈ পৰিছে চীন। দেশখনে আমেৰিকাৰ এই পদক্ষেপকলৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। যদি যুক্তৰাষ্ট্ৰই তেওঁলোকৰ সিদ্ধান্ত চূড়ান্ত কৰে তেতিয়া চীনেও ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm
উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd