DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত তালিবান; উদ্বিগ্ন আমেৰিকাই সেনা পঠাব কাবুলিৱালাৰ দেশত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2021 11:17 am
Afghanistan
111
VIEWS
Share on FacebookShare on Twitter

সেনা প্ৰত্যাহাৰৰ মাজতে নতুনকৈ আফগানিস্তানলৈ সেনা পঠোৱাৰ সিদ্ধান্ত লৈছে আমেৰিকাই। পিচে, তালিবানক ৰুধিবলৈ নহয়, আপগানিস্তানত কৰ্মৰত দেশখনৰ নাগৰিকসকলক সুৰক্ষিতভাৱে দেশলৈ ওভতাই অনাৰ বাবেহে।

বিডেন চৰকাৰৰ বৈদেশিক বিভাগৰ সূত্ৰ অনুসৰি, আমেৰিকাৰ নাগৰিকসকলৰ লগতে আমেৰিকাত ভিছাৰ আবেদন মঞ্জুৰ হোৱা বিদেশী নাগৰিকসকলেও এই সেনা-সুৰক্ষাৰ সুবিধা লাভ কৰিব।

বাতৰি অনুসৰি, কাবুল আন্তৰ্জাতিক বিমানবন্দৰ চোৱাচিতাৰ কামত লগোৱা হ’ব ৩হাজাৰ সেনা নতুন বাহিনীক।

ইয়াৰ মাজতে শুকুৰবাৰে ৰাজধানী কাবুলৰ মাত্ৰ ৫০ কিলোমিটাৰ দূৰত আহি অৱস্থান কৰিছে তালিবান বাহিনী।

পেন্টাগণৰ মুখপাত্ৰ জন কিৰবিয়ে শুকুৰবাৰে কয় যে আফগানিস্তানত বিভিন্ন দায়িত্বত থকা আমেৰিকান সংস্থা তথা ইয়াৰ সহযোগীসকলৰ নিৰাপত্তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আমেৰিকাৰ সংবাদমাধ্যমে দাবী কৰা মতে যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পুনৰ্গঠনত আমেৰিকাই যিমান ব্যয় কৰিছে তাৰ ৬০ শতাংশই কৰা হৈছে আফগান সেনাৰ বাবে। সেয়া মুঠ হিচাপ অনুসৰি ৮,৯০০কোটি ডলাৰ।

আমেৰিকাৰ সেনা প্ৰত্যাহাৰৰ পাছত তালিবানে যিধৰণে এখনৰ পাছত এখন প্ৰদেশ দখল কৰি গৈছে তাত কাবুলৰ পতন নিশ্চিত বুলিয়েই ধৰি লৈছে পেন্টাগনে।

সেয়ে, আমেৰিকাৰ এইবাৰ একমাত্ৰ লক্ষ্য হৈছে ক্ষিপ্ৰতাৰে অসামৰিক নাগৰিকসকলক দেশলৈ ওভতাই অনা।

Recent News

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd