• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ শুল্ক নীতিৰ ফলত বিশ্বৰ বজাৰত মন্দাৱস্থা! শ্বেয়াৰ বিক্ৰীৰ জোৱাৰ? কম্পন ৱাল ষ্ট্ৰীটত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 12:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ড’নাল্ড ট্ৰাম্পে এটাৰ পিছত এটাকৈ ডাঙৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত অন্যতম এটা হৈছে বিভিন্ন দেশৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ বাৰ্তা।

শুল্ক আৰু পাৰস্পৰিক শুল্কৰ ওপৰত ট্ৰাম্পৰ মন্তব্যই বিশ্বৰ বজাৰত প্ৰত্যক্ষ প্ৰভাৱ পেলালে নেকি? অন্ততঃ সপ্তাহৰ দ্বিতীয়টো দিন মঙলবাৰৰ পৰিঘটনাবোৰে তেনেকুৱাই বুজাইছে।

Apply Now

সংবাদ সংস্থাৰ তথ্য অনুসৰি, সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক আৰোপৰ ফলত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ মন্দাৱস্থাৰ সৃষ্টি হ’ব পাৰে বুলি ধাৰণাটো খাৰিজ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছে। ট্ৰাম্পৰ ভাষণৰ পিছতে আমেৰিকাৰ শ্বেয়াৰ বজাৰত উদ্বেগ কেইবাগুণো বৃদ্ধি পালে। ব্যাপক হাৰত শ্বেয়াৰ বিক্ৰী আৰম্ভ হৈছে। বিনিয়োগকাৰীয়ে ততাতয়াকৈ শ্বেয়াৰ বিক্ৰী কৰিছে।

ট্ৰাম্পে কয় যে আমেৰিকাৰ অৰ্থনীতিয়ে এই সময়ত আচলতে সংক্ৰমণৰ সময় পাৰ কৰি আহিছে। ইয়াৰ দ্বাৰা গ্ৰাহকৰ চাহিদা আৰু কৰ্পৰেট বিনিয়োগ হ্ৰাস পাব পাৰে বুলি পৰ্যবেক্ষক মহলে ভাৱে।

ট্ৰাম্পৰ শুল্ক নীতি আৰু মন্তব্যক লৈ আমেৰিকাৰ শ্বেয়াৰ বজাৰ তীব্ৰভাৱে পতনমুখী হৈছে। ডাউ জ’নছ, এছ এণ্ড পি ৫০০ আৰু নাছডাকৰ দৰে ডাঙৰ সূচকাংকসমূহ যথেষ্ট হ্ৰাস পাইছে। ২০২২ চনৰ পিছত এই প্ৰথমবাৰৰ বাবে নাছডাকৰ এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। এছ এণ্ড পি ৫০০ ফেব্ৰুৱাৰী মাহৰ সৰ্বোচচ হাৰৰ পৰা একেবাৰতে ৮ শতাংশ হ্ৰাস পাইছে।

টেছলাৰ শ্বেয়াৰৰ মূল্য ১৫.৪ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে এআই চিপ জায়ান্ট এনভিডিয়াৰ ৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে। মেটা, আমাজন আৰু আলফাবেটকে ধৰি অন্যান্য টেক জায়ান্টসমূহৰ সূচকাংকও তীব্ৰ হ্ৰাস পোৱা দেখা গৈছে।

মঙলবাৰে পুৱা জাপানৰ নিকেই ২২৫ ২.৫ শতাংশ, দক্ষিণ কোৰিয়াৰ কস্পি ২.৩ শতাংশ আৰু অষ্ট্ৰেলিয়াৰ এছ এণ্ড পি/এ এছ এক্স ২০০ৰ ১.৮ শতাংশ হ্ৰাস পায়। পৰ্যবেক্ষক মহলৰ মতে, ৱাল ষ্ট্ৰীটত নিশাটোৰ ভিতৰতে পতনৰ পিছত এছিয়াৰ বজাৰত ব্যাপক বিক্ৰীৰ বাবে মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰতো পতনৰ সম্ভাৱনা দেখা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd