• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপজ্জনক ধূমপান! ‘পপকৰ্ণ লাংছ’ ৰোগত আক্ৰান্ত কিশোৰী, কি এই ৰোগ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2025 8:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাহ বন্ধ হোৱাৰ কোনো লক্ষণ নাছিল। মাত্ৰ এন্টিবায়টিক, কাহৰ চিৰাপ, এন্টি এলাৰ্জি আদি ঔষধে ইয়াৰ প্ৰভাৱ কেইদিনমানৰ বাবে দমন কৰি ৰাখিছিল। কিন্তু সম্পূৰ্ণ সুস্থ হোৱা নাছিল। ৰাতি উশাহ-নিশাহতো কষ্ট পাইছিল। শুই থাকোঁতে প্ৰচুৰ ঘাম ওলাইছিল। তাইৰ হাৰ্ট এটেক হৈছে নেকি বুলি ভাৱি কিশোৰীগৰাকী আৰু পৰিয়ালৰ লোকে ডাক্তৰৰ ওচৰলৈ যোৱাৰ পিছতে স্তম্ভিত হৈ পৰিল। জানিব পৰা মতে সোতৰ বছৰীয়া ছোৱালীজনী হৃদৰোগ নহয়, হাওঁফাওঁৰ বিৰল ৰোগত আক্ৰান্ত। এই ৰোগক ‘পপকৰ্ণ লাংছ’ বুলি কোৱা হয়।

আমেৰিকাৰ নেভাদাৰ বাসিন্দা ছোৱালীজনীৰ নাম ব্রায়ান কালেন। লকডাউনৰ সময়ছোৱাত তেওঁ কৰ’নাত আক্ৰান্ত হৈছিল। পিছত হাওঁফাওঁৰ সংক্ৰমণ ধৰা পৰে। চিকিৎসকে জনোৱা মতে, যোৱা তিনি বছৰ ধৰি হাওঁফাওঁৰ ৰোগ নীৰৱে বাহ লৈ আহিছে। শ্বাসনলীত সংক্ৰমণ ঘটিছিল। গোটেই হাওঁফাওঁতে সৰু সৰু চিষ্ট গঠন হৈছিল। উশাহ লোৱাত কষ্ট পোৱাৰ পৰা তেওঁৰ হাঁপানীও ধৰা পৰে।

Apply Now

‘পপকৰ্ণ লাংছ’ কিয় হয়? আমেৰিকান লাং এছ’চিয়েচনৰ মতে এই হাওঁফাওঁৰ ৰোগ বিৰল। চিকিৎসাৰ ক্ষেত্ৰত ইয়াক ‘ব্ৰংকিঅ’লাইটিছ অব্লিটেৰেন্স’ বুলি কোৱা হয়। প্ৰচুৰ ধূমপান কৰা বা ধূলি আৰু ধোঁৱা প্ৰচুৰ পৰিমাণে থকা ঠাইত বাস কৰা লোকৰ এই ৰোগ হয়।

পপকৰ্ণ লাংছ ৰোগৰ নামটো আহিছে পপকৰ্ণ কাৰখানাৰ পৰা। মাইক্ৰৱেভত পপকৰ্ণ বনোৱা লোকসকল এই ৰোগত আক্ৰান্ত হৈছিল। পপকৰ্ণ উৎপাদনৰ সময়ত ডাইয়াচিটাইল নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যাৰ ফলত হাওঁফাওঁৰ গুৰুতৰ সংক্ৰমণ হয়। এই ৰোগৰ লক্ষণসমূহ হ’ল- উশাহ-নিশাহৰ কষ্ট, হাঁপানী, সৰ্ব শৰীৰত কঁপনি, জ্বৰ, বমিভাৱ আৰু অত্যন্ত দুৰ্বলতা।

নেভাদাৰ কিশোৰীগৰাকী ১৪ বছৰ বয়সৰ পৰাই ই-চিগাৰেটৰ প্ৰতি আসক্ত হৈ আছিল। ডাক্তৰসকলে সেই সময়ৰ পৰাই তেওঁ এই ৰোগত আক্ৰান্ত হৈছে বুলি কয়। নিয়মীয়া চিগাৰেটৰ বিকল্প হিচাপে ‘ইলেক্ট্ৰনিক নিকোটিন ডেলিভাৰী চিষ্টেম’ (ENDS) বা ‘ইলেক্ট্ৰনিক চিগাৰেট’ ব্যৱহাৰ কৰি বহু লোকে এনে সমস্যাৰ সন্মুখীন হৈছে।

ফাইবাৰ বা প্লাষ্টিকৰে নিৰ্মিত এই বেটাৰী চালিত যন্ত্ৰবোৰত এটা চেম্বাৰ থাকে। ইয়াত বিশেষ তৰল মিশ্ৰণ ভৰোৱা হয়। যন্ত্ৰটোৱে তৰল পদাৰ্থটো গৰম কৰি বাষ্পীভৱন কৰে আৰু ব্যৱহাৰকাৰীয়ে বাষ্পটো তেওঁলোকৰ হাওঁফাওঁলৈ টানি লয়। এই পদ্ধতিক ‘ভেপিং’ বোলা হয়।

এই বাষ্পত এচিটালডিহাইড নামৰ এক ধৰণৰ যৌগ এটা থাকে, যিয়ে হাওঁফাওঁৰ ক্ষতি কৰে। ই-চিগাৰেটৰ তৰল (ই-লিকুইড)ত প্ৰপাইলিন গ্লাইকল, গ্লিচাৰিন, পলিইথাইলিন গ্লাইকল, বিভিন্ন ফ্লেভাৰ, আৰু নিকোটিন থাকে, যিয়ে হাওঁফাওঁৰ কৰ্কট ৰোগৰো সৃষ্টি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd