• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2023 10:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই দিনটোৰ লক্ষ্য হৈছে পৰিৱেশ সজাগতা বৃদ্ধি কৰা আৰু মানুহক এই বিষয়ত পদক্ষেপ ল’বলৈ অনুপ্ৰাণিত কৰা।

বিশ্ব পৰিৱেশ দিৱসে সামুদ্ৰিক প্ৰদূষণ, জনবিস্ফোৰণ, গোলকীয় উষ্ণতা বৃদ্ধি, বহনক্ষম উপভোক্তাবাদ আৰু বন্যপ্ৰাণী অপৰাধৰ দৰে বিষয়বোৰৰ বিষয়ে পৰিৱেশ সজাগতা বৃদ্ধিত এক মঞ্চ হিচাপে কাম কৰিছে।

বহনক্ষম জীৱন যাপন কেৱল এক অভ্যাসেই নহয়, ইয়াক এতিয়া এক জীৱন প্ৰণালী কৰি তুলিব লাগে আৰু এইক্ষেত্ৰত মানুহ হিচাপে আমাৰ প্ৰথম কৰ্তব্য হৈছে পৰিৱেশতন্ত্ৰক ধ্বংস নকৰি ইয়াৰ সৈতে সহবাস কৰা।

Apply Now

এক বহনক্ষম জীৱন যাপন কৰাৰ কেইটামান উপায় ইয়াত দাঙি ধৰা হৈছে:

১. আপোনাৰ বজাৰ কৰা প্ৰক্ৰিয়া অধিক পৰিৱেশ অনুকূল আৰু বহনক্ষম কৰক। প্লাষ্টিকৰ মোনা কঢ়িয়াই নিয়াৰ সলনি পুনৰ ব্যৱহাৰযোগ্য কাপোৰৰ তৈয়াৰী মোনা ব্যৱহাৰ কৰক।

২. এটা ষ্টীল বা ধাতুৰ তৈয়াৰী ফ্লাস্কে পানীয় কেৱল দীঘলীয়া সময় সতেজ কৰি ৰখাই নহয়, লগতে পুনৰ ভৰাই ল’ব পাৰি আৰু ই যিকোনো প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰিবলৈ সহায় কৰিব ।

৩. ডিচপ’জেবল (এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া) হাত মচা ৱাইপবোৰৰ সলনি পুনৰ ব্যৱহাৰযোগ্য কপাহী কাপোৰ বা টাৱেল ব্যৱহাৰ কৰক। বাঁহৰ কাগজৰ তৈয়াৰী টাৱেল হৈছে খোৱা প্লেট বা মজিয়া মচিবলৈ আন এক পৰিৱেশ অনুকূল সামগ্ৰী।

৫. প্লাষ্টিক ব্যৱহাৰ নকৰাকৈ আৱৰ্জনা নিষ্কাশন কৰাৰ বাবে পৰিৱেশ-অনুকূল জৈৱ-পচনশীল আৱৰ্জনা ৰখা মোনাবোৰ এক আশ্চৰ্যকৰ বিকল্প।

৫. যদি আপুনি চাহ উপভোগ কৰে তেতিয়া চাহৰ বেগৰ সলনি খোলা চাহ পাত ব্যৱহাৰ কৰিলে উৎপাদিত প্লাষ্টিকৰ আৱৰ্জনাৰ পৰিমাণ হ্ৰাস কৰি আপোনাৰ লগতে পৰিৱেশক ই সহায় কৰিব পাৰে।

৬.পৰিষ্কাৰ কৰিবলৈ ডিটাৰ্জেণ্ট, চাবোন আৰু তৰল (লিকুইড)পদাৰ্থসমূহত যথেষ্ট প্লাষ্টিক অন্তৰ্ভুক্ত থাকে। সেয়েহে তাৰ স্থানত প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিলে ই সকলোৰে লগতে পৰিৱেশক যথেষ্ট উপকৃত কৰিব পাৰে।

আমাৰ দৈনন্দিন ৰুটিনত সামান্য পৰিৱৰ্তন কৰি বা বহনক্ষম জীৱনৰ পথত গ্ৰহণ কৰা সৰু পদক্ষেপে আমাক দীঘলীয়া পথত আগবঢ়াত সহায় কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd