DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশদ্ৰোহিতাৰ গোচৰৰ ভয়ত কথা ক’ব নোৱাৰে এইজন বিজেপি বিধায়কে, কোন?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 9:59 pm
533
VIEWS
Share on FacebookShare on Twitter

বেছিকৈ কিবা ক’লেই তেওঁৰ ওপৰত দেশদ্ৰোহিতাৰ গোচৰ তৰা হ’ব পাৰে।

এই মন্তব্য প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কে।

২০১৭ চনত ৰাজ্যখনৰ সীতাপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় ৰাকেশ ৰাঠোৰ।

শেহতীয়াকৈ এক স্থানীয় সংবাদমাধ্যমৰ আগত বিধায়কজনে প্ৰকাশ কৰা মতে, চৰকাৰৰ বিৰুদ্ধে তেওঁ একো ক’ব নোৱাৰে, কাৰণ তেওঁ সকলো সময়তে আতংকিত হৈ থাকে।

“যদি কিবা কওঁ, তেনেহ’লে মোৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ তৰা হ’ব পাৰে।”- বিধায়কজনে এইদৰে কয়।

On Saturday , @BJP4UP MLA from Sitapur ,Rakesh Rathore,was questioned by reporters over a trauma centre in the district that awaits an ‘inauguration’ for years .his response – ‘have made all efforts ,but if i speak too much sedition charges may be invoked against me’. Do hear … pic.twitter.com/h08FE47bF2

— Alok Pandey (@alok_pandey) May 17, 2021

ইয়াৰ পূৰ্বে তেওঁক সমাজবাদী পাৰ্টিয়ে প্ৰশ্ন কৰিছিল যে তেওঁৰ সমষ্টিত ট্ৰ’মা কেয়াৰ চেণ্টাৰত ইনটেনচিভ কেয়াৰ ইউনিটটো কিয় আৰম্ভ কৰা নাই?

ইয়াৰ উত্তৰস্বৰূপে বিধায়কজনে সংবাদ মাধমক কয় যে তেওঁ যদি বেছি কথা কয়, তেন্তে তেওঁৰ ওপৰত নিজৰ দলৰ চৰকাৰেই দেশদ্ৰোহিতাৰ গোচৰ আৰোপ কৰিব পাৰে।

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd