DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত উত্তৰ প্ৰদেশত বাতিল কৰা হ’ল কানোৱাৰ যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2021 7:38 am
kanwar Jatra cancel
267
VIEWS
Share on FacebookShare on Twitter

সিদ্ধান্ত পুনৰ্বিবেচনাৰ বাবে সোমবাৰলৈকে সময় দিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু তাৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰে বাতিল কৰিলে কানোৱাৰ যাত্ৰা। অহা ২৫ জুলাইৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱাৰ কথা আছিল এই যাত্ৰা।

সৰ্বোচ্চ আদালতৰ হস্তক্ষেপৰ পাছৰে পৰা বিভিন্ন জিলাৰ কানোৱাৰ সংঘৰ সৈতে যোগী আদিত্যনাথ চৰকাৰে আলোচনা আৰম্ভ কৰিছিল।

শনিবাৰে এক বিবৃতিত উত্তৰ প্ৰদেশ চৰকাৰে জানিবলৈ দিয়ে যে কৰ’না পৰিস্থিতিৰ বাবে এইবাৰ এই যাত্ৰা বাতিলৰ সিদ্ধান্ত লৈছে কানোৱাৰ সংঘই। যোৱাবাৰো কৰ’নাৰ বাবেই এই যাত্ৰা হোৱা নাছিল।

যোৱা শুকুৰবাৰে ক’ৰ’নাতংকই সমগ্ৰ দেশত সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে উত্তৰপ্ৰদেশ চৰকাৰে কানোৱাৰ যাত্ৰা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা কাৰ্যত আশ্চৰ্য ব্যক্ত কৰিছিল উচ্চতম ন্যায়ালয়ে।

যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড পৰিস্থিতিৰ সৈতে চৰকাৰে কোনো ধৰণৰ আপোচ নকৰে বুলি ঘোষণা কৰি আহিছে সেই সময়তে ২৫ জুলাইৰ পৰা কিয় কানোৱাৰ যাত্ৰা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হ’ল বুলি আদালতে কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশ্ন কৰিছিল।

উল্লেখ্য যে উত্তৰাখণ্ড চৰকাৰে কোভিড পৰিস্থিতিৰ বাবেই ইতিমধ্যেই ৰাজ্যখনত কানোৱাৰ যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

কিন্তু এই ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰে কানোৱাৰ যাত্ৰাত অনুমতি প্ৰদান কৰিছিল।

ন্যায়াধীশ আৰ এফ নাৰিমান আৰু ন্যায়াধীশ বিআৰ গোভাইকলৈ গঠিত খণ্ডপীঠ খনে এই বিষয়ত দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰক স্থিতি স্পষ্ট কৰাৰো নিৰ্দেশ দিছিল।

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd