• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূমি পূজনৰ দিনাই ক’ৰ’ণাত আক্ৰান্ত যোগী মন্ত্ৰী সভাৰ আইন মন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 5, 2020 4:34 pm

1 min read

law
195
VIEWS
Share on FacebookShare on Twitter

আজিৰ দিনটো কেৱল উত্তৰ প্ৰদেশৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেই এক উল্লেখযোগ্য দিন।

কাৰণ সুদীৰ্ঘ ৫০০ বছৰৰ অপেক্ষাৰ অন্তত অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিলে ৰাম মন্দিৰৰ শিলান্যাস।

কিন্তু এনে এটা আনন্দৰ দিনতে উত্তৰ প্ৰদেশত আহিল আন এটা বেয়া খবৰ।

উত্তৰ প্ৰদেশৰ আইনমন্ত্ৰী ব্ৰীজেশ পাঠক মাৰাত্মক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে ভূমি পূজনৰ আনন্দত সামান্য পৰিমানে হ’লেও য’তি পেলায়।

কাৰণ অযোধ্যাৰ ভূমি পূজনৰ সৈতে লাগি-ভাগি থকা লোক জনেই হৈছে ৰাজ্য খনৰ আইন মন্ত্ৰী ব্ৰীজেশ পাঠক।

কিছুদিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ থকা পাঠকে ঘৰতে জিৰণি লৈ আছিল।

ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ অন্ত আজি তেওঁৰ ফলাফল পজিটিভ আহে।

ইয়াৰ পিছতে মন্ত্ৰী পাঠকে ফেচবুকৰ জৰিয়তে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা ৰাজহুৱা কৰে।

পাঠককে ধৰি যোগী আদিত্য নাথ চৰকাৰৰ ৯ জনকৈ মন্ত্ৰী-বিধায়ক ক’ৰ’ণাত আক্ৰান্ত হ’ল।

ইতিমধ্যে ক’ৰ’ণাত আক্ৰান্ত হৈ যোগী মন্ত্ৰী সভাৰ কাৰিকৰী দপ্তৰৰ মন্ত্ৰী কমলা ৰাণী বৰুণৰ মৃত্যু ঘটিছে।

কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ জলশক্তি দপ্তৰৰ মন্ত্ৰী ডাঃ মহেন্দ্ৰ সিং আৰু গোৰখপুৰৰ বিধায়ক দেবেন্দ্ৰ প্ৰতাপ সিহৰ লগতে আগ্ৰাৰ বিধায়ক যোগেন্দ্ৰ উপাধ্যায় ক’ৰ’ণাত আক্ৰান্ত হৈছে।

Tags: COVID-19

Recent News

IMG_20210420_153103

তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ; কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd