• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰি লাখ টকা দিলেই উত্তীৰ্ণ ষ্টাফ ছিলেকচন পৰীক্ষা! ফাদিল বৃহৎ কেলেংকাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 12:57 pm
260
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET কেলেংকাৰিৰ মাজতে আন এক কেলেংকাৰিৰ উন্মোচন হৈছে। উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চে অনলাইন জালিয়াতিৰ জৰিয়তে ষ্টাফ ছিলেকচনকে ধৰি বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰাৰ্থীৰ পৰা বিপুল ধন লৈ অহা এটা চক্ৰ বিচাৰি উলিয়াইছে।

অনলাইন পৰীক্ষা কেন্দ্ৰত অভিযান চলাই তদন্তকাৰীয়ে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত আছে চক্ৰটোৰ মূল ব্যক্তিও। ঘটনাস্থলীৰ পৰা ৫০ লাখ টকা নগদ ধন, লেপটপ, মোবাইল ফোন আৰু বিভিন্ন পৰীক্ষাৰ নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে।

Apply Now

এই চক্ৰটোৱে কেনেকৈ কাম কৰিছিল? তদন্তকাৰীয়ে জনোৱা মতে, দুষ্কৃতিকাৰীয়ে পোনপটীয়াকৈ পৰীক্ষাৰ ৱেবছাইট হেক কৰিছিল। তেওঁলোকে প্ৰক্সি চাৰ্ভাৰ ব্যৱহাৰ কৰিছিল। যাৰ সহায়ত পৰীক্ষা কেন্দ্ৰৰ মূল চাৰ্ভাৰটো ‘বাইপাছ’ কৰিব পৰা যায়।

স্ক্ৰীণ শ্বেয়াৰিং ভিউয়াৰ এপৰ জৰিয়তে পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ সমাধানকাৰীলৈ প্ৰেৰণ কৰা হৈছিল প্ৰশ্নকাকত। তাৰ পিছত এবাৰ সমাধান হ’লেই প্ৰাৰ্থীৰ ওচৰ পায়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, সচিবালয় নিৰাপত্তা বাহিনীৰ কনিষ্টবল জি ডি, অসম ৰাইফলছ ৰাইফলমেন পৰীক্ষা আদি বিভিন্ন পৰীক্ষাত ব্যৱহাৰ কৰিছিল। অৱশেষত এটা ডাঙৰ কেলেংকাৰী ফাদিল হৈ পৰিল।

ইতিমধ্যে খবৰ লাভ কৰিছিল। সেই অনুসৰি তদন্তকাৰীয়ে গ্ৰেটাৰ নয়ডাৰ ‘বালাজী ডিজিটেল জ’ন’ নামৰ এটা পৰীক্ষা কেন্দ্ৰত অভিযান চলায়। তাৰ পৰাই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। দাবী কৰা হৈছে যে এই চক্ৰটো দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে। ইয়াৰ লগত আন কোনো লোক জড়িত আছে নেকি তাৰো তদন্ত চলি আছে।

এই মুহূৰ্তত সমগ্ৰ দেশতে NEET প্ৰশ্ন ফাদিলক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা ৩ মে’ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NEET UG পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই পৰীক্ষাত প্ৰায় ২৩ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ  হৈছিল। জনা যায় যে পৰীক্ষাৰ অন্ততঃ এমাহ আগতেই একাংশ ছাত্ৰ-ছাত্ৰীয়ে এটা সম্ভাৱ্য প্ৰশ্নকাকত পাইছিল। সেই সম্ভাৱ্য প্ৰশ্নকাকতখনত ৪১০টা প্ৰশ্ন আছিল। পৰীক্ষাৰ পিছত দেখা গ’ল যে ১২০টা ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন মূল প্ৰশ্নৰ লগত হুবহু মিল আছে। কেৱল প্ৰশ্নবোৰেই নহয়, উত্তৰৰ বিকল্পবোৰো মিল আছিল। তাৰ পিছত সমগ্ৰ দেশতে বিতৰ্ক আৰম্ভ হ’ল। নেট বাতিল কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd