• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰি মাহেই নহ’ল; পদত্যাগ কৰিলে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2021 7:57 am
Uttarakhand CM Resigns

তিৰথ সিং ৰাৱাট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত চলি থকা চৰ্চাৰ অন্ত পেলাই শুকুৰবাৰে নিশা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে পদত্যাগ কৰিলে। তেওঁ চাৰি মাহো মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।

শুকুৰবাৰে নিশা ৰাজভৱনলৈ গৈ তাত ৰাজ্যপাল বেবী ৰাণী মৌৰ্যৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে।

Apply Now

যোৱা ১০ মাৰ্চত তেওঁ ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ সলনি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল।

জানিব পৰা মতে, শনিবাৰে দুপৰীয়া ৩বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হৈছে আৰু তাতেই ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নাম ঘোষণা কৰা হ’ব।

কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নৰেন্দ্ৰ সিং তোমৰক ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছে।

বাতৰি অনুসৰি, পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজ, উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী ধন সিং ৰাৱাটকে ধৰি কমেও চাৰিগৰাকী মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ আছে।

অহা বছৰ মাৰ্চ মাহত উত্তৰাখম্ড বিধানসভাৰ ম্যাদ উকলিব। হাতত মাত্ৰ কেইমাহ সময় থকা অৱস্থাত বিজেপিৰ হাতত থকা ৫৬গৰাকী বিধায়কৰ মাজৰ পৰাই নতুন মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

কিয়নো কংগ্ৰেছৰ পৰা অহা নেতাৰ ওপৰত ভৰসা কৰি ৰাজ্যখনত ভৱিষ্যতে বিজেপিৰ স্থিতি দুৰ্বল কৰিব নিবিচাৰে হাইকমাণ্ডে।

আনহাতে, কৰ’না ভাইৰাছৰ বৰ্তমান পৰিস্থিতিত উপ নিৰ্বাচন পতাৰ পক্ষত নাই নিৰ্বাচন আয়োগ। তিৰথ সিং ৰাৱাটৰ ক্ষেত্ৰতো একে সমস্যাৰ উদ্ভৱ হৈছিল।

ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ সলনি পাউৰি গাৰোৱালৰ সাংসদ তিৰথক বিজেপিয়ে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল। নিয়ম মতে ছ’মাহৰ ভিতৰত তেওঁক কোনো বিধানসভা আসনত বিজয়ী কৰাই আনিব লাগে। এই সময়ৰ ম্যাদ অহা ১০ছেপ্টেম্বৰত অন্ত পৰিলেহেঁতেন।

কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বা বিজেপিৰ ফালৰ পৰা তেনে কোনো প্ৰচেষ্টা চলোৱাই নহ’ল। স্বাভাৱিকতে বিজেপিয়ে তিৰথক মুখ্যমন্ত্ৰী ৰাখিব বিচৰা নাছিল বাবেই তেনে কোনো প্ৰচেষ্টা নল’লে বুলি ভৱাৰ থল আছে।

ইপিনে কংগ্ৰেছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপি নেতাৰ স্বাৰ্থত উত্তৰাখণ্ডৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। বিজেপিয়ে ৰাজ্যৰ উন্নয়নৰ কথা কেতিয়াও নাভাৱে। তেওঁলোকে কেৱল মাত্ৰ যিকোনো মূল্যৰ বিনিময়ত ক্ষমতা ধৰি ৰাখিব বিচাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd