• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰাখণ্ডই মহিলাৰ বাবে সংৰক্ষিত কৰিলে পঞ্চায়তৰ জিলা সভাপতি পদ; অসমত কেতিয়া হ’ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 2:47 pm
Women-in-Leadership-Header

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাজনীতিত তৃণমূল পৰ্যায়ত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ কথা প্ৰায়বোৰ ৰাজনৈতিক দলে কৈ থাকে। কিন্তু বাস্তৱত তাৰ প্ৰতিফলন খুব কমেইহে দেখা যায়।

সংসদস বিধানসভাকে ধৰি সকলো পঞ্চায়ত, নিগম-নিকায় আদিত ৩০ শতাংশ মহিলাৰ প্ৰতিনিধিত্বৰ কথা কোৱা হ’লেও ৰাজনৈতিক দলবোৰে সেয়া এতিয়ালৈকে বাস্তৱায়িত কৰা নাই।

Apply Now

এনে এক পৰিস্থিতিৰ মাজতে দীৰ্ঘদিনীয়া বিতৰ্ক, চৰ্চাৰ পাছত উত্তৰাখণ্ড চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে (হৰিদ্বাৰক বাদ দি) জিলা পঞ্চায়তৰ সভাপতি পদত সংৰক্ষণ চূড়ান্ত কৰিছে।

দেওবাৰে এই সন্দৰ্ভত জাৰি কৰা জাননীত সাতখন জিলাৰ সভাপতি পদ মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে।

পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰে এনেদৰে মহিলাৰ বাবে সাতখনকৈ জিলাত সভাপতি পদ সংৰক্ষণ কৰা বিষয়টোৱে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।

উত্তৰাখণ্ডৰ দৰে ৰাজ্যত মহিলাৰ বাবে এনেদৰে তৃণমূল পৰ্যায়ত আসন সংৰক্ষণ কৰা কাৰ্য বাকী ৰাজ্যসমূহৰ বাবেও আদৰ্শ হ’ব পাৰে।

অসমত ৰাজনৈতিক দলসমূহে তৃণমূল পৰ্যায়ত মহিলাসকলক আগবঢ়াই অনাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা দেখা নাযায়।

তদুপৰি, পঞ্চায়ত পৰ্যায়ত মহিলাৰ প্ৰতিনিধিত্ব তেনেই নগণ্য হোৱা দেখা যায়। ৰাজ্যখনৰ প্ৰধান ৰাজনৈতিক দল বিজেপি,কংগ্ৰেছ, অগপকে ধৰি সকলোৱে তৃণমূল পৰ্যায়ত মহিলাৰ প্ৰতিনিধিত্বৰ বিষয়ত কোনো নীতি স্পষ্ট কৰা নাই।

চৰকাৰৰ ফালৰ পৰা তৃণমূল পৰ্যায়ত, বিশেষকৈ পঞ্চায়তৰ মৰ্যাদাসম্পন্ন পদসমূহ মহিলাৰ বাবে সংৰক্ষণ কৰাত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

এইটোৱে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগীৰ দিশটো উদঙাই দিয়ে। উত্তৰাখণ্ডৰ দৰে এখন আপেক্ষিকভাৱে নতুনকৈ গঠন হোৱা ৰাজ্যই মহিলাৰ বাবে গ্ৰহণ কৰা সংৰক্ষণ নীতি অসমৰ বাবেও আদৰ্শ হ’ব পাৰে।

বৰ্তমান চৰকাৰী ব্যৱস্থাটোত পঞ্চায়তীৰাজৰ গুৰুত্ব বৃদ্ধি পোৱালৈ চাই পঞ্চায়ত পৰ্যায়ত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাই নহয়, লগতে পঞ্চায়তৰ শীৰ্ষ পদবীসমূহত মহিলাৰ স্থান নিশ্চিত কৰিলেহে নাৰী সবলীকৰণ প্ৰকৃতাৰ্থত সফল হ’ব।

উত্তৰাখণ্ডই দেখুওৱা আদৰ্শ গ্ৰহণ কৰি অসমে পঞ্চায়ত পৰ্যায়ত জিলা সভাপতিৰ দৰে পদত মহিলাৰ বাবে সংৰক্ষণ কৰি তৃণমূল পৰ্যায়ত মহিলাসকলক প্ৰতিষ্ঠা দিবনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd