• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত সানমিহলি হৈ পৰিল ভেকচিন; প্ৰথমটো ড’জ কোভাক্সিন, দ্বিতীয়টো কোভিশ্বিল্ড!

সত্ৰাজিৎ পালচৌধুৰী by সত্ৰাজিৎ পালচৌধুৰী
May 28, 2021 8:58 am
100-1-1140x570
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক আশ্চৰ্যজনক ঘটনা! বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰৰ প্ৰণৱানন্দ বিদ্যামন্দিৰৰ শিক্ষক গণনাথ ভট্টাচাৰ্যৰ ক্ষেত্ৰত ঘটিল এই ঘটনা। চৰকাৰৰ দ্বাৰা অনুমোদিত দুৰ্গাশংকৰ পাঠশালা টীকাকৰণ কেন্দ্ৰত সংঘটিত হৈছে ঘটনাটো।

টীকাকৰণ কেন্দ্ৰটোত ভট্টাচাৰ্যক প্ৰথমটো ড’জ কোভাক্সিন লোৱা সত্তেও দ্বিতীয়টো ড’জ কোভিশ্বিল্ড দিবলৈ প্ৰায় উদ্যত হৈছিল।

Apply Now

‘’মই স্বাভাৱিকতে আচৰিত। মই লগে লগে বিষয়টো কেন্দ্ৰটোৰ বিষয়াৰ দৃষ্টিগোচৰ কৰিছিলো আৰু তেওঁলোকে ইয়াক শুধৰাই লয়,’’-ভট্টাচাৰ্যই কয়।

স্বাভাৱিকতেই এইটো অতি আশ্চৰ্যজনক ঘটনা। আনহাতে, এক অতি বিশ্বাসযোগ্য সূত্ৰৰ পৰা নৰ্থইষ্ট নাওৱে জানিব পৰা মতে এই টীকাকৰণ কেন্দ্ৰটোত আগতেওঁ এনেধৰণৰ ঘটনা ঘটিছিল।

‘’মই এই বিষয়ত কোনো অভিযোগ লাভ কৰা নাই,’’-কাছাৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ বি জে দেব শিকদাৰে কয়।

আনহাতে, এই কেন্দ্ৰসমূহত ভেকচিনৰ সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে সোধাত তেওঁ কয়,’’আচলতে মই এই টীকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্বত নাই। এই কেন্দ্ৰবোৰ জিলা টীকা প্ৰদান বিষয়াই নিৰীক্ষণ কৰে। কিন্তু মই আপোনালোকক এইখিনয়েই ক’ব পাৰো এই টীকাকৰণ কেন্দ্ৰবোৰৰ পৰা কোনো বিৰূপ প্ৰতিবেদন লাভ কৰা নাই।‘’

ইয়াৰ মাজতে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত শিলচৰ মেডিকেল কলেজ হাস্পাতালত প্ৰায় ১০০০ কোভিশ্বিল্ডৰ ড’জ পেলাই দিবলগীয়া হৈছিল।

এনেধৰণৰ ব্যাপক খেলিমেলিবোৰ ইয়াত চলি আছে। দুৰ্ভাগ্যজনকভাৱে স্থানীয় প্ৰশাসনে কোনো শিক্ষা লোৱা দেখা পোৱা নাই। বৰঞ্চ প্ৰশাসনে এতিয়াও একধৰণৰ স্থিতাৱস্থাৰ মাজেৰেই চলি থাকিব বিচৰা বুলি ক’ব পাৰি।

আনহাতে, ভট্টাচাৰ্যই দ্বিতীয় ড’জ ল’বলৈ যাবলগীয়া লোকসকললৈ এক পৰামৰ্শ আগবঢ়াইছে।

‘’অনুগ্ৰহ কৰি ক্ৰুৱেট (ভেকচিন ড’জৰ বটলটো)টো চাব। আপুনি ল’বলগীয়া ভেকচিনটো হয়নে নিশ্চিত কৰি ল’ব,’’-ভট্টাচাৰ্যই সোঁৱৰাই দিয়ে।

Tags: COVID-19
সত্ৰাজিৎ পালচৌধুৰী

সত্ৰাজিৎ পালচৌধুৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd