DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত মেগা ভেকচিন কেন্দ্ৰ বন্ধ হোৱাৰ উপক্ৰম, তিনিদিনে নাই ভেকচিন

তৎকালীনভাৱে ভেকচিন যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী আছুৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 1, 2021 8:32 am
dog

*

99
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঘোষণা কৰিছিল মেগা ভেকচিন কেন্দ্ৰ স্থাপনৰ যোগেদি প্ৰতি দিনে তিনি লাখকৈ লোকক ভেকচিন প্ৰদান কৰিব।

সেই অনুযায়ী যোৱা ২১ জুনৰ পৰা ৰাজ্যৰ অনান্য স্থানৰ লগতে যোৰহাট জিলাৰ টীয়কতো বিভিন্ন স্থানত ভেকচিন প্ৰদানৰ বাবে কেন্দ্ৰ স্থাপন কৰিছিল স্বাস্থ্য বিভাগে।

বিগত সপ্তাহত শিক্ষা মন্ত্ৰী ডা:ৰাণোজ পেগু আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই টীয়কৰ কেইবাটাও ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰদান কৰিছিল ।

কিন্তু এই কেন্দ্ৰ সমূহত যোৱা তিনিদিন ধৰি ভেকচিনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে ।যাৰ বাবে পুৱতি নিশা ভেকচিন কেন্দ্ৰ সমূহৰ সন্মুখত ৰাইজে শাৰী পাতি পুৱা যেতিয়া ভেকচিন নথকা বুলি অৱগত হৈ ঘৰলৈ উভতি যাব লগা হৈছে ।

ভেকচিন কেন্দ্ৰ সমূহত ভেকচিন নাই বুলি অৰা হোৱা নাই কোনো জাননীও । ইপিনে ভেকচিন নল’লে চৰকাৰী কৰ্মচাৰীক দৰমহা প্ৰদান কৰা নহয় বুলি চৰকাৰে ঘোষণা কৰাৰ পাছত এতিয়া ভেকচিনৰ অভাৱে বিমোৰত পেলাইছে সাধাৰণ ৰাইজৰ লগতে চৰকাৰী কৰ্মচাৰী সকলক।

টীয়ক আছুৱে চৰকাৰক তৎকালীনভাৱে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে l

Recent News

প্ৰধানমন্ত্ৰী মোদীয়ে নিটি আয়োগৰ আপত্তি আওকান কৰি আদানীক গতালে বিমানবন্দৰ : ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী মোদীয়ে নিটি আয়োগৰ আপত্তি আওকান কৰি আদানীক গতালে বিমানবন্দৰ : ৰাহুল গান্ধী

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসাংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসাংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd