DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, April 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: মঙলবাৰে শুনানি গ্ৰহণ কৰিব বাৰানসী জিলা আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2022 5:31 pm
Gyanvapi Mosque Case
145
VIEWS
Share on FacebookShare on Twitter

দেশত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা জ্ঞানৱাপী মছজিদ বিতৰ্কৰ গোচৰৰ শুনানি গ্ৰহণ কৰা বাৰানসী জিলা আদালতে মঙলবাৰে বিষয়টো সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰিব।

আদালতে বৰ্তমান এই বিতৰ্কিত বিষয়টোত দাখিল কৰা তিনিখন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে। এই তিনিখন আৱেদনৰ ভিতৰত দুখন হিন্দু পক্ষই দাখিল কৰাৰ বিপৰীতে এখন আবেদন মছজিদ সমিতিয়ে দাখিল কৰিছে।

আবেদন দাখিল কৰা মছজিদ সমিতিয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই আবেদন প্ৰথমে গ্ৰহণ কৰা উচিত বুলি আদালতত আৰ্জি জনায়।

আনহাতে, হিন্দু পক্ষই জৰীপ আয়োগে দাখিল কৰা প্ৰতিবেদনক অগ্ৰাধিকাৰ দি বিবেচনাৰ বাবে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

দুয়োপক্ষৰ শুনানিৰ পিছত বিচাৰপীঠে গোচৰটোৰ শুনানি কেনেদৰে আগবাঢ়িব সেই সম্পৰ্কে বিবেচনা কৰি মঙলবাৰে পুনৰ শুনানিৰ দিন ধাৰ্য কৰে।

উল্লেখ্য যে হিন্দু পক্ষই আবেদনৰ জৰিয়তে জ্ঞানৱাপী চৌহদত শ্ৰীঙ্গাৰ গৌৰীৰ দৈনিক উপাসনাৰ অনুমতি দিবলৈ আহ্বান জনাইছে।

লগতে মছজিদৰ ৱাজুখানাত উদ্ধাৰ কৰা বুলি দাবী কৰা ‘শিৱলিংগ’ত উপাসনাৰ অনুমতি বিচাৰি বিকল্প ৱাজুখানাৰ ব্যৱস্থা কৰিবলৈও আবেদন যোগে আহ্বান জনাইছে।

Recent News

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

অল দেট ব্ৰেথছ্

অল দেট ব্ৰেথছ্

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd