• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গেলেকী তৈলক্ষেত্ৰ বিদেশী কোম্পানিক গতাব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে নাজিৰাত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 14, 2019 6:47 pm
IMG-20190514-WA0003

নাজিৰাত অ' এন জি চিৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰচুৰ উৎপাদন ক্ষমতা সম্পন্ন শিৱসাগৰৰ গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানি ‘‘শ্লাম বাৰ্জাৰ’’ৰ হাতত গতোৱাৰ অ’ এন জি চিয়ে কৰা পৰিকল্পনাৰ বিৰুদ্ধ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ বিভিন্ন দল সংগঠনে।

মঙলবাৰে অ’এন জি চিৰ নাজিৰাত থকা অসম সম্পদৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েচনৰ লগতে বহুকেইটা দল সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Apply Now

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিয়ে বৃটিছৰ দিনতে উৎপাদন আৰম্ভ হোৱা গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ অধীনলৈ নিব বিচৰা কাৰ্য্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰক এই হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনায় অ’এন জি চি অসমৰ সম্পাদৰ কাৰ্যবাহী সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত  সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, শিৱসাগৰ জিলাৰ সভাপতি বিজয়কৃষ্ণ দুৱাৰা আৰু সাধাৰণ সম্পাদক পল্লৱ জ্যোতি গগৈয়ে কয় যে, পুঁজিপতি আৰু বণিক গোষ্ঠীক ৰঙা দলিচা পাৰি শাসন ভাৰ গ্ৰহণ কৰা নৰেন্দ্র মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ তৈল ক্ষেত্ৰ সমূহ ব্যক্তিগত কোম্পানিক গতাই দি অসমৰ অৰ্থনীতিত অন্তিমটো মাধমাৰ সোধাব বিচাৰিছে।

কেৱল পুঁজিপতিৰ বাবে কাম কৰা বিজেপি চৰকাৰখনে ইতিমধ্যে অসমৰ সকলো সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ কৰা শেহতীয়া ভয়ংকৰ ষড়যন্ত্ৰ হৈছে অ’ এন জি চিৰ অধীনস্থ গেলেকী তৈলক্ষেত্ৰ।

আনহাতে, অ’ এন জি চিৰ লাভজনক তৈলক্ষেত্ৰ হিচাপে বিবেচিত গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানি ‘শ্লাম বাৰ্জাৰক’ গতাই দিয়াৰ বাবে যি ষড়যন্ত্ৰ কৰা হৈছে তাৰ প্ৰতিবাদত নিগমৰ শ্ৰমিক সংগঠন পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েছনেও আজি নাজিৰা অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

এছ’চিয়েছনৰ বিষয়ববীয়াই এগৰাকীয়ে কোৱা মতে,  ২০১৬ চনৰ পৰা যেতিয়া অ’ এন জি চি কৰ্তৃপক্ষই গেলেকী তৈলক্ষেত্ৰক ব্যক্তিগত তথা বিদেশী কোম্পানিক গতাই দিয়াৰ যো-জা চলাই আছিল তেতিয়াৰ পৰাই পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েছনে ইয়াৰ প্ৰতিবাদ কৰি আহিছে।

শেহতীয়াকৈ শ্লাম বাৰ্জাৰ নামৰ বিদেশী কোম্পানি এটাক গেলেকী তৈলক্ষেত্ৰ হস্তান্তৰ কৰাটো প্ৰায় চুড়ান্ত কৰিছে অ’ এন জি চিয়ে। এই সিদ্ধান্তৰ প্ৰতিবাদত এছ’চিয়েছনে অ’ এন জি চিৰ নাজিৰা অসম সম্পদৰ কাৰ্যালয়ৰ সন্মুখত  বিগত ৮ মে’ আৰু আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

নিগম কতৃপক্ষই ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত ইয়াতকৈও তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে  পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েছনে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd