• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰৰ চাৰিঙত জোঁৰ লৈ মানৱ শৃংখল

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , July 26, 2020 10:04 pm

1 min read

অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰৰ চাৰিঙত জোঁৰ লৈ মানৱ শৃংখল

ফটো : নৰ্থ-ইষ্ট নাও

220
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ চাৰিঙত অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন দল-সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

হাতে হাতে জোঁৰ লৈ শতাধিক প্ৰতিবাদকাৰীয়ে অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈক ন্যায় দিয়ক, অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে চৰকাৰলৈ হুংকাৰ দি কয় যে যদি কাইলৈ অখিল গগৈৰ জামিন মঞ্জুৰ নকৰে তেনেহ’লে সকলো মহিলা, ৰাইজ একেলগ হৈ ৰাজপথত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব।

যি কোনো পৰিস্থিতিৰ বাবে সৰ্বানন্দ সোণোৱাল জগৰীয়া হ’ব বুলিও কয়।

আনহাতে অখিল গগৈৰ বিৰুদ্ধে আইনী যুঁজত অৱৰ্তীৰ্ণ হ’বলৈ নিয়াই দিল্লী আৰু বেংগালুৰুৰ পৰা অনা অধিবক্তাক কোৱাৰেন্টাইন কৰিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

প্ৰতিবাদ স্থলীত ছাত্ৰ মুক্তিৰ সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ বৃহত্তৰ চাৰিং আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদিকা জিতুমণি গগৈ, বিউটি গগৈ, আৰু ৰীতা গগৈ, বিউটি নেওগ, গুনপ্ৰভা গগৈ, কৃষক মুক্তিৰ চিন্মই কুমাৰ নেওগ আদি উপস্থিত থাকে।

Recent News

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

Mantri

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd