• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক চৰকাৰৰ বঞ্চনা : পঞ্চায়ত নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলৈ সাজু ঐক্যমঞ্চ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 9, 2018 6:26 am
gggggggggggggggg-768x392

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বে জাতি-মাটি-ভেটি ৰক্ষাৰ লগতে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে একমাত্ৰ ভোটৰ স্বাৰ্থতহে যে ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া চৰকাৰখনৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত প্ৰতিফলিত হৈছে ৷

ৰাজ্য চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগ কৰাৰ বাবে প্ৰাদেশিকীকৰণ আইনৰ আওতাত থকা প্ৰায় ৩২ হাজাৰ শিক্ষক কৰ্মচাৰীৰ জীৱন অনিশ্চয়তাৰ পিনে গতি কৰিছে ৷ দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলক সকাহ দিয়াৰ পৰিবৰ্তে পূৰ্বে পাই থকা বিত্তীয় সাহায্যখিনিও পৰিবৰ্তনকামী চৰকাৰৰখনে কাঢ়ি নিয়াত কেইবাগৰাকী শিক্ষকে আত্মহনন কৰাৰ লগতে বহু সংখ্যক শিক্ষকে চিকিৎসাৰ অভাৱত মৃত্যুক সাবটি লবলৈ বাধ্য হৈছে ৷

Apply Now

বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ জীৱনকলৈ হেতালি খেলা চৰকাৰখনক সমাগত পঞ্চায়ত নিৰ্বাচনত জবাবদিহি কৰাৰ বাবে সাজু হৈছে ভেন্সাৰ শিক্ষানুষ্ঠান সমূহৰ সৰ্ববৃহৎ সংগঠন “অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ”৷

অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ছাবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতিৰ জৰিয়তে এই কথা জনায় ৷ বিবৃতিটোত উল্লেখ কৰে যে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ’লে প্ৰথম কেবিনেটতে প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু প্ৰথম কেবিনেটততো দূৰৈৰ কথা চৰকাৰখনৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত এখনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিবলৈ সক্ষম নোহোৱাটো চৰকাৰৰ বৃহৎ ব্যৰ্থতা বুলিও বিবৃতিটোত উল্লেখ কৰে ৷

দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীক চৰকাৰখনে কিদৰে চূড়ান্তভাবে বঞ্চনা কৰিছে সেয়া ভেন্সাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু ৰাইজক অৱগত কৰি পঞ্চায়ত নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিখন জিলা সমিতিয়ে আহ্বান জনাব বুলি বিবৃতিটোত উল্লেখ কৰে ৷

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱা চৰকাৰী পক্ষৰ মন্ত্ৰী বিধায়ককো জবাবদিহি কৰা হ’ব বুলিও বিবৃতিটোৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে। পূৰ্বৰ পৰা ভেন্সাৰ শিক্ষক কৰ্মচাৰীয়ে পাই থকা বিত্তীয় সাহায্যখিনিও বৰ্তমানৰ চৰকাৰখনে কাঢ়ি নিয়াৰ ফলত বিনা বেতনে শিক্ষকতা কৰি অহা শিক্ষকসকলক মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি দিয়া বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷

দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীক চৰকাৰখনে কিদৰে চূড়ান্তভাবে বঞ্চনা কৰিছে সেয়া ভেন্সাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু ৰাইজক অৱগত কৰি পঞ্চায়ত নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিখন জিলা সমিতিয়ে আহ্বান জনাব বুলি বিবৃতিটোত উল্লেখ কৰিছে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd