DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণতন্ত্ৰ-ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাইছে ভেন্সাৰ শিক্ষকে : শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ

পুলেন্দ্র দাস by পুলেন্দ্র দাস
March 17, 2019 6:27 am
3fd99211-485a-4449-9dcd-1281e3b7d379

শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

959
VIEWS
Share on FacebookShare on Twitter

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে গণতন্ত্ৰ আৰু ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞাই ৷

বৰপেটাত শনিবাৰে অনুষ্ঠিত এখন সভাত ঐক্যমঞ্চৰ নেতাজনে কয় যে, ৰাইজে গঢ়া ভেন্সাৰ শিক্ষানুষ্ঠানবোৰৰ প্ৰতি কংগ্ৰেছ আৰু বিজেপিৰ একে চৰিত্ৰৰ বাবেই এই শিক্ষানুষ্ঠানবোৰত কৰ্মৰত ৪৮ হাজাৰ শিক্ষক কৰ্মচাৰীয়ে গণতন্ত্ৰ আৰু ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে ৷

বৰপেটা চহৰস্থিত জিলা বিকলাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ সভাখনত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে,  নিৰ্বাচনৰ সময়ত প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নিজৰ প্ৰতিশ্ৰুতি পালনত চূড়ান্তভাবে ব্যৰ্থ হৈছে ৷

তেওঁ লগতে কয় যে, চুলাই মদ খাই মৃত্যু হ’লেও চৰকাৰে ২ লাখ সাহায্য আগবঢ়ায় কিন্তু দৰমহাৰ মুখ নেদেখাকৈ মৃত্যু হোৱা শিক্ষক কৰ্মচাৰীক চৰকাৰে কোনো ধৰণৰ সাহায্য নিদিয়াতো গণতন্ত্ৰৰ বিৰোধী ৷ চুলাই মদ খোৱা সকলৰ প্ৰতি চৰকাৰৰ বিশেষ দৰদ আছে যদিও মানৱ গঢ়া শিক্ষকসকলৰ প্ৰতি চৰকাৰখন অধিক কঠোৰ।

পূৰ্বৰ চৰকাৰৰ দিনত পাই থকা বিত্তীয় সাহায্যখিনিও বৰ্তমানৰ চৰকাৰখনে ষড়যন্ত্ৰমূলক ভাবে কাঢ়ি নি সেই টকাৰে বিজেপি দলে প্ৰচাৰ চলোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ঐক্যমঞ্চৰ নেতাগৰাকীয়ে।

আব্দুল হামিদ শিকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা ঐক্যমঞ্চৰ নেতা পুলেন্দ্ৰ দাসৰ লগতে কেইবাগৰাকী নেতা আৰু শিক্ষক কৰ্মচাৰী উপস্থিত থাকি চৰকাৰ বিৰোধী শ্লোগান দি়য়ে ৷

Recent News

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd