• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰন্ত গতিৰে তামিলনাডু অভিমুখে ধাৱমান চাইক্ল’ন ‘গতি’

এনডিআৰএফৰ ছটা বাহিনীক ৰখা হৈছে সাজু কৰি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 23, 2020 11:51 am

1 min read

weather-imdjpg
252
VIEWS
Share on FacebookShare on Twitter

পুনৰ শক্তিশালী সাগৰীয় ধুমুহাৰ কৱলত পৰিছে উপকূলীয় ৰাজ্য তামিলনাডু আৰু পুডুচেৰী।

বে অৱ বেংগলৰ দক্ষিণ-পশ্চিম দিশত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত উদ্ভৱ হোৱা চাইক্ল’ন গতিয়ে অহা ২৪ ঘণ্টাৰ ভিতৰত তামিলনাডু আৰু পুডুচেৰীত খুন্দা মাৰিব।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ চেন্নাইস্থিত কাৰ্যালয়ৰ বিষয়া এছ বালচন্দ্ৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ‘গতি’ ধুমুহাই তামিলনাডুকে ধৰি পুডুচেৰীৰ বিস্তীৰ্ণ অঞ্চলত সংহাৰৰ সৃষ্টি কৰিব।

ধুমুহাজাকৰ আগমণৰ পৰিপ্ৰেক্ষিতত তামিলনাডুৰ কুডালৰ আৰু চিদাম্বৰম অঞ্চলত ৬ টা এনডিআৰএফ বাহিনীৰ দল সাজু কৰি ৰখা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে।সাগৰৰ কাষৰীয়া ৰাজ্য ওড়িশাতো ‘গতি’ ধুমুহাৰ প্ৰভাৱ পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

২৫ নৱেম্বৰৰ দিনা ধুমুহা জাকে তামিলনাডুৰ মাল্লাপুৰম অঞ্চল পাৰ হৈ যাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ বিষয়া বালচন্দ্ৰণে জানিবলৈ দিছে।

‘গতি’ ধুমুহাৰ আগমণৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাবে সাগৰত মাছ মৰা নিষিদ্ধ কৰা হৈছে।সাগৰৰ কাষত বাস কৰা লোকসকলক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়াৰ লগতে পৰাপক্ষত ঘৰৰ বাহিৰলৈ নোলাবলৈ কোৱা হৈছে।

‘গতি’ ধুমুহাৰ ফলত তামিলনাডু, পুডুচেৰী আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা খকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd