• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গান্ধী আশ্ৰম এৰি গুৱাহাটীত চিকিৎসাধীন পদ্মশ্ৰী নটৱৰ থক্কৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 23, 2018 10:58 pm

1 min read

Natawar-Thakkar-750x375

গুৱাহাটী প্ৰে’ছ ক্লাবত নটৱৰ থক্কৰ। ফাইল ছবি।

135
VIEWS
Share on FacebookShare on Twitter

ডেকা কালতে মহাৰাষ্ট্ৰৰ পৰা আহি নাগালেণ্ডকে নিজৰ ঘৰ কৰি লোৱা বৰ্ষীয়ান গান্ধীবাদী সমাজ কৰ্মী নটৱৰ থক্কৰক বয়সজনিত ৰোগৰ বাবে দেওবাৰে গুৱাহাটীৰ এপল’ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

নাগালেণ্ডত নটৱৰ ভাই নামেৰে জনাজাত ৮৬ বছৰীয়া থক্কৰক বৰ্তমান চিকিৎসালয়খনৰ আই চি য়ুত ৰখা হৈছে।

গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত থক্কৰে মহাৰাষ্ট্ৰৰ পৰা ২৩ বছৰ বয়সতে আহি নাগালেণ্ডত সমাজসেৱাত নিজকে নিয়োগ কৰিছিল।

মোককচাঙৰ চুচুয়িমলাং গাঁৱত তেওঁ স্থাপন কৰা গান্ধী আশ্ৰম দৰ্শনৰ বাবে আজি দেশৰ লগতে বিদেশৰো বিভিন্ন লোক উপস্থিত হয়।

কাকা কালেলকাৰ, জয়প্ৰকাশ নাৰায়ণ, জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি মনমোহন সিঙলৈকে বিভিন্ন প্ৰভাৱশালী লোকৰ সৈতে থক্কৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd