• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাওঁ ৰাজনীতিৰ অন্যতম ‘স্তম্ভ’ দ্ৰুপদ বৰগোহাঁইৰ দেহাৱসান

সংসদ আৰু বিধানসভাত বাওঁ ৰাজনীতিৰ এই পৰ্য্যন্ত অসমৰ অন্তিমজন প্ৰতিনিধি

নৰ্থ-ইষ্ট নাও নিউজ by নৰ্থ-ইষ্ট নাও নিউজ
April 10, 2019 9:42 am
Drupad Borgohain

সদ্যপ্ৰয়াত দ্ৰুপদ বৰগোহাঁই (মাজৰজন)। ফাইল ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বাওঁ ৰাজনীতিৰ এটা স্তম্ভস্বৰূপ দ্ৰুপদ বৰগোহাঁইৰ আজি পুৱা ৬ বজাত মৃত্যু হয়। ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হ’মত দীৰ্ঘ দিনৰ পৰা চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদজনৰ বয়স ৭৮ বছৰ হৈছিল। জন্ম হৈছিল ১৯৪১ চনৰ ৭ নৱেম্বৰত। দেউতাকৰ নাম মানিক চন্দ্ৰ বৰগোহাঁই আৰু মাকৰ নাম ৰূপেশ্বৰী বৰগোহাঁই।

বৰগোহাঁইৰ মৃতদেহ এতিয়াও চিকিৎসালয়ৰ পৰা নাজিৰাৰ ঘৰলৈ অনা হোৱা নাই।

Apply Now

এজন সৎ ৰাজনীতিবিদ বুলি গোটেই অসমতে সুনাম থকা বৰগোহাঁই ১৯৯৮ চনৰ পৰা ২০০৪চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল। তাৰোপৰি ২০০৬ চনত নাজিৰা বিধানসভা সমষ্টিৰ পৰা চি পি আইৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অসম শাখাৰ সম্পাদকো আছিল। সৰ্ব ভাৰতীয় কিষাণ সভাৰ অসম প্ৰদেশ পৰিষদৰ তেওঁ সভাপতিৰ দায়িত্বও বহন কৰিছিল। ইয়াৰোপৰি নুমলীগড় শোধনাগাৰৰ দাবীত হোৱা আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল চি পি আইৰ নেতাজনে।

অসমৰ এজন সাংসদ হিচাপে সংসদত আৰু বিধায়ক হিচাপে বিধানসভাত তেওঁ আছিল বাওঁ দলবিলাকৰ এই পৰ্য্যন্ত অন্তিমজন প্ৰতিনিধি। ২০০৬-২০১১ সময়ছোৱাত দ্ৰুপদ বৰগোহাঁই নাজিৰাৰ পৰা আৰু ৰঙিয়াৰ পৰা অনন্ত ডেকাই অসম বিধানসভাত বাওঁ ৰাজনীতিক প্ৰতিনিধিত্ব কৰিছিল।

বৰগোহাঁইৰ মৃত্যুত নাজিৰা আৰু শিৱসাগৰত গভীৰ শোকৰ ছাঁ পৰিছে। শিৱসাগৰৰ সমাজ জীৱনৰ সৈতে বৰগোহাঁইৰ ওতপ্ৰোত সম্পৰ্ক আছিল। সাংসদ হৈ থকা সময়ছোৱাত বিভিন্ন সামাজিক অনুষ্ঠানলৈ তেওঁ সাংসদ পুঁজিৰ অংশ আগ বঢ়োৱাৰ লগতে সম্পূৰ্ণ স্বচ্ছভাৱে পুঁজিৰ ব্যৱহাৰ কৰা বাবে বৰগোহাঁয়ে অঞ্চলটোৰ ৰাইজৰ মাজত এক শ্ৰদ্ধাৰ ভাব আদায় কৰিব পাৰিছিল।

জানিব পৰা মতে, ৰাজনীতিবিদগৰাকীৰ মৃতদেহ শিৱসাগৰৰ দলীয় কাৰ্যালয়লৈ অনা হ’ব, য’ত তেওঁক দলীয়ভাৱে শেষ শ্ৰদ্ধা জনোৱা হ’‍ব।

Tags: নিৰ্বাচন ২০১৯
নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd