• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণতন্ত্ৰৰ পৰিপন্থী! মুখ্য ন্যায়াধীশৰ ‘ক্ষমতা’ক লৈ ডাঙৰ প্ৰশ্ন উপ-ৰাষ্ট্ৰপতি ধনখৰৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 10:04 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন আয়ুক্ত বা চিবিআইৰ সঞ্চালক নিযুক্তিৰ বাবে গঠন কৰা কমিটীত মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰাৰ যুক্তিৰ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

ধনখৰৰ ভাষাত “গণতান্ত্ৰিক দেশত চিবিআইৰ সঞ্চালক বা নিৰ্বাচন আয়ুক্তৰ দৰে পদত নিযুক্তিৰ বাবে মুখ্য ন্যায়াধীশক কিয় অন্তৰ্ভুক্ত কৰা হ’ব?” তেওঁৰ মতে, “এয়া গণতন্ত্ৰৰ পৰিপন্থী। কাৰণ, গণতান্ত্ৰিক দেশত যিকোনো কাৰ্য্যৰ বাবে মুখ্য ন্যায়াধীশ নহয়, চৰকাৰ জবাবদিহি। গতিকে এই নিয়ম সলনি কৰাৰ সময় আহি পৰিছে।”

Apply Now

শুকুৰবাৰে মধ্যপ্ৰদেশৰ ভূপালস্থিত নেশ্যনেল জুডিচিয়েল একাডেমীত অনুষ্ঠিত এক অনুষ্ঠানত ধনখৰে এই মন্তব্য কৰে।

প্ৰসংগক্ৰমে এতিয়ালৈকে নিৰ্বাচন আয়ুক্ত বা চিবিআইৰ সঞ্চালকক নিযুক্তি দিবলৈ কমিটীত মুখ্য ন্যায়াধীশ আছিল। শেহতীয়াকৈ মোডী চৰকাৰে মুখ্য ন্যায়াধীশগৰাকীক নতুন সমিতিৰ পৰা বাদ দিছিল। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। অহা সপ্তাহত এই গোচৰৰ শুনানি আছে।

আনহাতে, ১৮ ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকাল শেষ হ’ব। সেইদিনা পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তিৰ বাবে এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা। এনে পৰিস্থিতিত ধনখৰৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

২০২৩ চনত এই সম্পৰ্কীয় এটা গোচৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিত প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলৰ নেতা, মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰা উচিত। ইয়াৰ পিছত কেন্দ্ৰই নতুন আইন প্ৰৱৰ্তন কৰি সেই সমিতিৰ পৰা মুখ্য ন্যায়াধীশক বাদ দিয়ে।

ৰাজনৈতিক লাভালাভৰ বাবে নিৰ্বাচন আয়ুক্তৰ দৰে নিৰপেক্ষ পদৰ বাবে বিষয়া নিৰ্বাচন কৰা কমিটীৰ পৰা মোডী চৰকাৰে মুখ্য ন্যায়াধীশক বাদ দিয়া বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। ১৯ ফেব্ৰুৱাৰীত গোচৰৰ শুনানিৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্যই নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে।

উপ-ৰাষ্ট্ৰপতিৰ ভাষাত, “সকলো শাসন কাৰ্য্য চৰকাৰৰ হাতত থাকিব লাগে। বাহিৰৰ পৰা যদি কিবা হস্তক্ষেপ হয়, তেন্তে সেয়া গণতন্ত্ৰৰ মৌলিক চৰিত্ৰৰ পৰিপন্থী।” ধনখৰে লগতে কয় যে গণতন্ত্ৰত কৰ্তৃত্বৰ অহংকাৰৰ স্থান নাই!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd