DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ক’ৰ’নাত আক্রান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2020 1:02 pm
Venkaiah-Naidu
209
VIEWS
Share on FacebookShare on Twitter

দেশৰ উপ- ৰাষ্ট্রপতি এম ভেংকায়া নাইডু ক’ভিড-১৯ত আ্ৰান্ত হৈছে। উপ-ৰাষ্ট্রপতিৰ সচিবালয়ে টুইটযোগে এই কথা জনায়।

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতিৰ সচিবালয়ে জনোৱা অনুসৰি ভেংকায়া নাইডুৱে ২৯ ছেপ্তেম্বৰৰ পুৱা ক’ৰ’না টেষ্ট কৰিছিল। আৰু পিছত ৰিপ’ৰ্ট পজিটিভ আহে।

সচিবালয়ৰ তৰফৰ পৰা লগতে কয় যে ৭১ বছৰীয়া নাইডুৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই আৰু তেওঁৰ স্বাস্থ্য বৰ্তমান ভালে আছে৷

The Vice President of India who underwent a routine COVID-19 test today morning has been tested positive. He is however, asymptomatic and in good health. He has been advised home quarantine. His wife Smt. Usha Naidu has been tested negative and is in self-isolation.

— Vice President of India (@VPSecretariat) September 29, 2020

ভেংকায়া নাইডুৰ ৰিপ’ৰ্ট পজিটিভ অহাত তেওঁৰ পত্নী ঊষা নাইডুৱেও ক’ৰ’নাৰ টেষ্ট কৰে। কিন্তু তেওঁৰ ৰিপ’ৰ্ট নিগেটিভ আহে।

উল্লেখ্য যে, অলপতে অন্ত পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশনত উপস্থিত আছিল ভেংকায়া নাইডু।

ইয়াৰ উপৰি ৭১ বছৰীয়া নাইডুৱে মঙলবাৰে এটা ৰাজহুৱা কাৰ্যসূচীতো অংশ লৈছিল।

উপ-ৰাষ্ট্ৰপতি গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ অনুৰাগী সকলে শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনাৰে টুইট কৰে।

নাইডুৰ সুস্বাস্থ্য কামনা কৰি পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙেও এটা টুইট কৰে।

Recent News

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd