• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাৰাষ্ট্ৰত ভয়ংকৰ ঘটনা!তিনিমহলাৰ পৰা জাঁপ দিলে বিধানসভাৰ উপাধ্যক্ষ, সাংসদ, বিধায়কে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 4, 2024 4:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰত ভয়ংকৰ ঘটনা। ধনগৰ সমাজ সংৰক্ষণৰ বিৰোধিতা কৰি সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জপিয়াই জপিয়াই পৰে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ তথা এনচিপিৰ বিধায়ক নৰহৰি জিৰৱালে। বিজেপিৰ জনজাতীয় সাংসদ হেমন্ত সাভৰা, বিধায়ক কিৰণ লাহমাতেকে ধৰি কেইবাজনো জনপ্ৰতিনিধি জপিয়াই পৰে। নিৰ্মাণৰত সচিবালয় ভৱনৰ তলৰ নিৰাপত্তাৰক্ষীৰ জালত আবদ্ধ হৈ পৰে। শেষত আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত একনাথ সিন্দে চৰকাৰে ধনগৰ জনগোষ্ঠীক অনুসূচিত জনজাতি (এছ টি) সম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনজাতীয় সমাজৰ সাংসদসকলে এই সিদ্ধান্তৰ প্ৰতিবাদ সাব্যস্ত কৰে। শুকুৰবাৰে পুৱা সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জপিয়াই চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে নৰহৰি জিৰৱালে। আন এজন সাংসদ হেমন্ত সাভৰা আৰু বিধায়ক কিৰণ লাহামতে, হীৰমণ খোস্কৰ, ৰাজেশ পাটিলে তেওঁক চাবলৈ জপিয়াই পৰে। নিৰাপত্তাৰ বাবে জালনা দিয়াৰ দৰে যিকোনো ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। ঘটনাৰ লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। উদ্ধাৰ কৰা হ’ল বিধায়কক। এই ঘটনাত আৰম্ভ হৈছে হুলস্থুল। জানিব পৰা গৈছে যে আজি মিত্ৰজোঁটৰ চৰকাৰৰ সাংসদ-বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত মিলিত হ’বলৈ ওলাইছে।

মন কৰিবলগীয়া যে ধনগৰ জনগোষ্ঠীৰ লোকসকল মূলতঃ পশ্চিম মহাৰাষ্ট্ৰ আৰু মাৰাথৱাড়া অঞ্চলত বাস কৰে। যোৱা কেইবছৰমানৰ পৰা অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। তেওঁলোকে স্পষ্ট কৰি দিছিল যে তেওঁলোকৰ দাবী পূৰণ নহ’লে আগন্তুক নিৰ্বাচনত কোনেও সিন্দে চৰকাৰক ভোট নিদিয়ে। এনে পৰিস্থিতিত ধনগৰ জনগোষ্ঠীৰ দাবী পূৰণৰ বাবে বাটত আগবাঢ়িছে চৰকাৰ। অৱশ্যে মিত্ৰজোঁটৰ চৰকাৰৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ কৰিলে।

Apply Now

অভিযোগ অনুসৰি বুধবাৰে এই বিষয়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিল নৰহৰি জিৰৱালৰ লগতে কেইবাজনো জনজাতীয় বিধায়ক। অৱশ্যে ৭ ঘণ্টা অপেক্ষা কৰিও মুখ্যমন্ত্ৰীক দেখা নাপালে বিধায়কসকলে। এই পৰিস্থিতিত তেওঁলোকৰ খং অধিক চৰম হৈ পৰে। যাৰ বাবে তেওঁলোকে তৃতীয় মহলাৰ পৰা জপিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু কেৱল বিধায়ক বা সাংসদেই নহয়, মহাৰাষ্ট্ৰৰ আদিবাসীসকলেও এই সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাস্তাত নামিছে। যোৱা ৩০ ছেপ্টেম্বৰত গণ্ডিয়া চহৰত জনজাতীয় সংগঠনে সমদল উলিয়াইছিল। জিলা দণ্ডাধীশৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰি তেওঁলোকে কয় যে ধনগৰ জনগোষ্ঠীক যদি উপজাতি বুলি কোৱা হয় তেন্তে ৰাজ্যৰ জনজাতীয় লোকৰ লগত অন্যায় কৰা হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd