• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলীউদৰ নতুন গুঞ্জন! হঠাতে চৰ্চাৰ মাজলৈ ভিকি-কেটৰিনা যুগলবন্দী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 10, 2020 10:07 am

2 min read

WhatsApp Image 2020-08-10 at 9.22.11 AM

ভিকি কৌশল আৰু কেটৰিনা কাইফ।

499
VIEWS
Share on FacebookShare on Twitter

বলীউদত বিগত বহু দিনৰ পৰাই ভিকি কৌশল আৰু কেটৰিনা কাইফক লৈ মুখৰোচক কাহিনী চলি আছিল। গুপুতে গুপুতে হেনো দুয়ো প্ৰেমত মচগুল।

এইবাৰ সেই জল্পনা-কল্পনাৰ অৱসান ঘটি যেন স্পষ্ট হৈ পৰিল দুয়োৰে সম্পৰ্কৰ কথা। কৰাণ পাপাৰাজিৰ কেমেৰাত কেটৰিনা কাইফৰ ঘৰৰ সন্মুখত ধৰা পৰিল ভিকি কৌশল।

বাতৰি অনুসৰি, কেটৰিনাৰ ঘৰৰ সন্মুখত গাড়ীৰ পৰা নামে ভিকি।

সেই সময়ত ভিকি কৌশলে পৰিধান কৰিছিল টী-ছাৰ্ট আৰু পেন্ট। কৰ’নাৰ বাবে মাস্কেৰে ঢকা আছিল মুখ।

এই ছবি প্ৰকাশ হোৱাৰ পাছতে কেটৰিনা আৰু ভিকিৰ অনুৰাগীসকল ব্যস্ত হৈ পৰে। দুয়োগৰাকী তাৰকাকে শুভেচ্ছাৰে উপচাই দিয়ে।

বহুতেই ‘ভিকট্ৰিনা’ বা ‘ভিককেট’ বুলি অভিহিত কৰিছে যুটীটোক। বলীউদৰ অতি সুন্দৰ যুগলবন্দী হিচাপে বিভিন্নজনে মন্তব্যও কৰিছে।

বলীউদত আৰম্ভ হোৱা গুঞ্জন যেন সত্য হ’বলৈ আগবাঢ়িছে। তাৰেই অনুমান কৰি অনুৰাগীসকল উৎসাহিত হৈ পৰিছে।

পূৰ্বে ‘কফি উইথ কৰণ’ অনুষ্ঠানত ভিকি আৰু কেটৰিনাই অভিনেতা হিচাপে দুয়ো দুয়োজনকে পছন্দ কৰাৰ কথা প্ৰকাশ কৰিছিল।

বলীউদৰ এই শেহতীয়া গুঞ্জন যদি সত্য হয়, তেতিয়াহ’লে আৰু এক ‘হিট তাৰকা’ যুটীক লৈ সৰৱ চৰ্চাৰ বাট মুকলি হ’ব।

ভিকি কৌশল বৰ্তমান শ্যাম মানকেশ’ৰ বায়’পিক লৈ ব্যস্ত আছে। ছবিখনত ভিকিৰ সৈতে অভিনয় কৰিছে আন এগৰাকী বলিষ্ঠ অভিনেতা মনোজ বাজপেয়ীয়ে আৰু ছবিখন পৰিচালনা কৰিছে মেঘনা গুলজাৰে।

আনহাতে কেটৰিনা কাইফ বৰ্তমান তেওঁৰ পৰৱৰ্তী ছবি ‘ফোনভূত’ক লৈ ব্যস্ত আছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd