• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফেইচবুকত এটি শিশুৰ আবৃত্তিৰ ভিডিঅ’ ভাইৰেল; দুই লাখ ভিউৱাৰ; হাজাৰ হাজাৰ শ্বেয়াৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 4, 2019 4:11 pm

1 min read

Child recitation
5.7k
VIEWS
Share on FacebookShare on Twitter

এটি কণমানি শিশুৱে কৰা আবৃত্তিৰ চাৰি বছৰ পুৰণি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া ফেইচবুকত এতিয়াও য়ুজাৰৰ টাইমলাইন, ইনবক্সত ঘূৰি ফুৰিছে আৰু এইদৰেই ই প্ৰায় দুই লাখ ক্লিক পাইছে।

শিশুটোৰ আগদাঁত সৰাৰ পিছত এতিয়াও ওলাবলৈ বাকী আছে আৰু এই হোলা মুখত আধা ফুটা মাতেৰে আবৃত্তি কৰিছে এটা আধুনিক কবিতা।

“কৃষ্ণাক্ষী বৰুৱা তুমি কি বুজিবা?” শিৰোনামৰ এই কবিতাটো কোনে লিখা বা কোনে শিশুটোৰ এই আবৃত্তিৰ ৰেকৰ্ডিং কৰিছে এইবোৰ একো তথ্য ভিডিঅ’টোত অন্তৰ্ভুক্ত নহয়, কিন্তু পোষ্টেড বাই অঞ্জন দাস ৰিংকু বুলি পোৱা যায়।

কৃষ্ণাক্ষী বৰুৱা তুমি কি বুজিবা … after Zubeen da this kid recited wonderfully …wow plz do watch

Posted by Anjjann Das Rinku on Monday, November 23, 2015

কবিতাৰ বিষয়বস্তুও একেবাৰে এতিয়াৰ যুগৰ। লেপটপ, টেবলেট, গেইম, ব্ৰাউজ, টুইটাৰ, ফেইচবুক আদি হ’ল কবিতাটোত ব্যৱহৃত কিছুমান শব্দ, যিবোৰ শিশুটোৰ মুখত আখৈফুটা দি ফুটিছে।

শিশুটোৰ সুন্দৰ আৰু সাৱলীল আবৃত্তিৰ বাবেই ফেইচবুকত ই জনপ্ৰিয় হৈ পৰিছে আৰু প্ৰায় ২ লাখ য়ুজাৰে ইয়াক শুনিছে। প্ৰায় ৪ হাজাৰ লোকে ইয়াক শ্বেয়াৰো কৰিছে।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd