• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাধুৰীৰ সৈতে নৃত্য কৰিবলৈ গৈ মঞ্চত ধপহকৈ পৰিল বিদ্যা বালান! ক’ত ঘটিল এই কাণ্ড?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2024 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যা বালান আৰু মাধুৰী দীক্ষিতৰ যুটি ‘ভূলভুলাইয়া ৩’ ছবিখনৰ আটাইতকৈ ডাঙৰ চমক। সেইটো ছবিখনৰ ট্ৰেইলাৰৰ পৰাই স্পষ্ট হৈ পৰিছে। আনকি, ছবিখনৰ টীমটোৱে স্বীকাৰ কৰিছে যে ‘আমি যে তোমাৰ’ গীতটোত অভিনেত্ৰী দুগৰাকীৰ নৃত্য এই ছবিখনৰ ইউ এছ পি।

অৱশেষত শুকুৰবাৰে মুক্তি পালে এই গীতটিৰ ভিডিঅ’। আৰু সেই ভিডিঅ’ মুক্তিৰ অনুষ্ঠানটোতেই ঘটনাটো ঘটিছিল। মঞ্চত মাধুৰীৰ লগত নাচি থাকোতে ধপহকৈ পৰি গ’ল বিদ্যা বালান! অৱশ্যে তৎক্ষণাত চম্ভালিও ল’লে। সেই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

‘আমি যে তোমাৰ ৩.০’ নাম দিয়া হৈছে ‘ভূলভুলাইয়া ৩’ চিনেমাখনৰ গীতটোৰ। গীতটিৰ সুৰ অমল মালিক আৰু কণ্ঠদান কৰিছে শ্ৰেয়া ঘোষালে। ৰাজপ্ৰসাদৰ চেট সাজি শ্বুটিং কৰা হৈছে। বিদ্যা আৰু মাধুৰীক ৰাজদৰবাৰত নৃত্যশিল্পী হিচাপে দেখা যায়। দুয়োজনৰ নৃত্যৰ যুগলবন্দীয়ে মোহিত কৰিছে।

Apply Now

লগতে পঢ়কঃ উইলত পোহনীয়া জন্তু, ৰান্ধনী-সহায়কৰো নাম; সম্পত্তিৰ অংশীদাৰ হিচাপে কাৰ কাৰ নাম লিখিছে ৰতন টাটাই?

উল্লেখ্য যে ২০০৭ চনত মুক্তি পোৱা ‘ভুলভুলাইয়া’ ছবিখনৰ বিষয়টো আহিলেই মঞ্জুলিকা ওৰফে বিদ্যা বালানৰ ভয়ানক ৰূপটো চকুৰ আগত ভাহি উঠিব। বিদ্যা বালানৰ দুৰ্দান্ত অভিনয় পৰিচালক প্ৰিয়দৰ্শনৰ ‘ভুলভুলাইয়া’ ছবিৰ ট্ৰাম্প কাৰ্ড আছিল বুলি ক’লেও বেছি কোৱা নহব।

 আনকি, মঞ্জুলিকাৰ কাহিনী কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ ‘ভূলভুলাইয়া ২’তো আছিল। কিন্তু টাবুৱে তাত অভিনয় কৰিছিল। অৱশ্যে ‘ভুলভুলাইয়া ৩’ ছবিখনত মঞ্জুলিকা ৰূপে ঘূৰি আহিছে বিদ্যা। একে সময়তে বলীউডৰ ‘ডান্সিং কুইন’ মাধুৰী দীক্ষিত এই ছবিখনৰ অতিৰিক্ত আকৰ্ষণ।

লগতে পঢ়কঃ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বাবে ভাৰতৰ দল ঘোষণা, বাদ পৰিল ছামী; কোনে কোনে পালে সুযোগ?

কোনটো চৰিত্ৰত অভিনয় কৰিছে মাধুৰী দীক্ষিতে? ইয়াৰ বিষয়ে ভালদৰে জনা নাযায়। কিন্তু কাহিনীৰ শিপা কলকাতা চহৰ। অভিনেতা কাৰ্তিক আৰিয়নে কেইবাদিনো ধৰি এই চহৰত শ্বুটিং কৰি আছে। কাৰ্তিক আৰিয়ান, বিদ্যা বালন, মাধুৰী দীক্ষিতৰ উপৰিও অনিশ বাজমী পৰিচালিত ছবিখনত তৃপ্তি ডিমৰি, ৰাজপাল যাদৱ, সঞ্জয় মিশ্ৰ, মনীষ ভাদৱা আৰু কাঞ্চন মল্লিকেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। দীপাৱলীৰ বতৰত ১ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ‘ভুলভুলাইয়া ৩’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd