• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগ; পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দৌৰত কোন?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2021 9:15 am
Vijay-Rupani-sad

বিজয় ৰূপানি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে গুজৰাটত শাসনাধীষ্ঠ বিজেপিত নেতৃত্ব সলনিৰ নতুন সমীকৰণ! ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে বিজয় ৰূপানিয়ে।

উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ পাছত এইবাৰ গুজৰাটত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নেতৃত্ব সলনি কৰিলে।

Apply Now

কিন্তু ৰূপানিৰ পদত্যাগৰ পাছতে এতিয়া প্ৰশ্ন হৈছে গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব?

গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ বাবে দলৰ ভিতৰত চাৰি-পাঁচজন নেতাৰ নাম চৰ্চিত হৈ আছে। ইয়াৰ ভিতৰত আছে পুৰুষোত্তম ৰূপালা, উপ মুখ্যমন্ত্ৰী নিতীন পেটেল আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্য।

এতিয়ালৈ কোনো এজনৰ নামেই চূড়ান্ত হোৱা নাই যদিও কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্য মুখ্যমন্ত্ৰিত্বৰ দৌৰত সকলোতকৈ আগবাঢ়ি আছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে অনুমান কৰিছে।

সন্মুখত বিধানসভাৰ নিৰ্বাচন থকালৈ চাই এয়া কেবল মুখ্যমন্ত্ৰী সলনি কৰা বিষয় নহয়, বৰঞ্চ গুজৰাটত বিজেপিক ধৰি ৰখাৰ যুঁজৰ কথাও আছে। সেয়েহে, এনে পৰিস্থিতিত নতুন মুখ্যমন্ত্ৰীৰ সন্মুখত থাকিব এক বৃহৎ প্ৰত্যাহ্বান।

বৰ্তমান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা মনসুখ মাণ্ডৱ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰে মুখ্যমন্ত্ৰী পদৰ প্ৰধান দাবীদাৰ হিচাপে তেওঁক ৰখা হৈছে।

আনহাতে, ৰাজ্যসভাৰ সাংসদ পুৰুষোত্তম ৰূপালাৰ সাংসদৰ কাৰ্যকাল শেষ হ’বলৈ আৰু চাৰি মাহ বাকী আছে। পাতিদাৰ সম্প্ৰদায়ৰ জনপ্ৰিয় নেতাগৰাকী এসময়ত ৰাজ্যিক বিজেপিৰ সভাপতিও আছিল। সেয়ে, তেওঁকো মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ বুলি ধৰা হৈছে।

ইপিনে, মুখ্যমন্ত্ৰী পদৰ আন এগৰাকী অন্যতম দাবীদাৰ হিচাপে চৰ্চাত আছে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী নিতীন পেটেল। পেটেলে স্বাস্থ্য, চিকিৎসা শিক্ষা, পৰিয়াল কল্যাণ, গড়কাপ্তানিৰ দৰে একাধিক বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব চম্ভালিছে।

সেইদৰে একাংশ সূত্ৰৰ মতে গুজৰাট বিজেপিৰ সভাপতি চন্দ্ৰকান্ত ৰঘুনাথ পাটিলো মুখ্যমন্ত্ৰী পদৰ আন এক দাবীদাৰ।

অৱশ্যে, আজিয়েই গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেইটো নিশ্চিত কৰিব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd