• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক প্ৰহসনৰ প্ৰতিবাদ! : যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ নিৰ্বাচন বৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2019 4:07 pm
774884-electiongeneric3-750x375

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষভাৱে চৰ্চিত এইবাৰৰ লোকসভা নিৰ্বাচনত উজনি অসমৰ এখন গাঁৱৰ ৰাইজে নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৰহাটৰ পৰা ২০কিলোমিটাৰ আঁতৰৰ চিনাতলী গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ ওপৰত বিশ্বাস হেৰৱাই এইবাৰ লোকসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ‘স্ক্ৰ’ল ডট ইন’ নামৰ ৱেব পৰ্টেলত এই বাতৰি প্ৰকাশ পাইছে।

Apply Now

চিনাতলীৰ বাসিন্দাসকলে অভিযোগ কৰে যে বছৰ বছৰ ধৰি ভোট দি অহাৰ পাছতো তেওঁলোকে এতিয়াও গাঁৱবাসীয়ে গাঁৱলৈ সংযোগ স্থাপন কৰা এটা ৰাস্তা নাপালে।

যোৰহাট সমষ্টিটোত ১৯৫১ চনৰে পৰা কংগ্ৰেছৰ শক্তিশালী ভেটি থকাৰ মাজতে ১৯৮৪ চনত এবাৰ মাত্ৰ অগপই আৰু যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ১৮ বছৰ ধৰি কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈয়ে সমষ্টিটোৰ বিজয় সাৱ্যস্ত কৰি সাংসদ নিৰ্বাচিত হৈছিল।

চিনাতলীৰ বাসিন্দাসকলে কয় যে কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক কোনোৱে তেওঁলোকৰ সমস্যাৰ প্ৰতি দৃষ্টি দিয়া নাই।

‘’গাঁৱখনৰ মূল পথটো ১৯৭০ চনতে গড়কপ্তানি বিভাগক নিৰ্মাণৰ বাবে দিয়া হৈছিল যদিও তাৰ পাছৰে একো হোৱা নাই,’’-গাঁৱখনৰ এগৰাকী ব্যৱসায়ী দিবাকৰ বৰুৱাই কয়।

মৰিয়নি বিধানসভা সমষ্টিৰ অধীনৰ চিনাতলী গাঁৱৰ ৰাইজে ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনো বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল।

pdlcgnzdzv-1554896186

স্থানীয় যুৱ সংগঠনৰ এগৰাকী নেতা দীপ গগৈয়ে প্ৰথমতে নিৰ্বাচন বৰ্জনৰ ধাৰণাটো লৈ ওলাই আহিছিল। ‘’আমি ভাবিছিলো যে আমি যদি সময়মতে অসুস্থ হৈ পৰা মনুহজনক হাস্পাতললৈ লৈ যাবই নোৱাৰো, তেনেহ’লে ভোট দিয়াৰ অৰ্থই কি?’’-দীপ গগৈয়ে এইদৰে ব্যক্ত কৰে।

নিৰ্বাচন বৰ্জনৰ এই সিদ্ধান্তৰ কথা জানিব পাৰি সাংসদ তাচাই গড়কপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সৈতে গাঁৱৰ প্ৰতিনিধিসকলৰ এখন বৈঠকৰ আয়োজন কৰিছিল।

বাতৰি অনুসৰি, তপন কুমাৰ গগৈয়ে গাঁৱবাসীক প্ৰতিশ্ৰুতি দিয়ে যে ৰাস্তাটো লোকসভা নিৰ্বাচনৰ আগেয়ে নিৰ্মাণ কৰা হ’ব। গগৈয়ে গাঁৱবাসীক চিন্তিত নহ’বলৈ কৈ তেওঁলোকক ভোটদান সাৱ্যস্ত কৰিবলৈ আহ্বান জনাইছিল।

গাঁৱবাসীয়ে প্ৰতিশ্ৰুতিত ভোল গৈ ভোট দি বিজেপিক জয়যুক্ত কৰে। কিন্তু চিনাতলীৰ ৰাইজে কোনো আশাৰ পোহৰ নাপালে আৰু ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতি তেনেকৈয়ে পৰি ৰ’ল।

আনহাতে, বিৰোধী কংগ্ৰেছ দলে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ৰাস্তাটো নিৰ্মাণ নকৰাৰ বাবে বিজেপিক অভিযুক্ত কৰিব বিচাৰি যদিও চিনাতলীৰ বাসিন্দাসকলে তেওঁলোকৰ প্ৰতি কৰা অৱহেলাৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলকে জগৰীয়া কৰিছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd