• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত আহত এজন লোক; দলগাঁৱত আতংক

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , April 3, 2021 11:54 am

1 min read

VideoCapture_20210403-091718

ফটো: নৰ্থইষ্ট নাও।

8.3k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটা এশিঙীয়া গঁড়ে ওচৰৰে দলগাঁৱৰ চৰাঞ্চলৰ গাঁওত প্ৰৱেশ কৰি স্থানীয় বাসিন্দাৰ মাজত আতংকৰ সৃষ্টি কৰে।

মুক্তভাৱে বিচৰণ কৰি থকা গঁড় দুটাই দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কনাকাটা পাৰা আৰু গাধাইঝাৰকে ধৰি কেইবাখনো গাঁৱত ঘুৰি ফুৰাৰ ফলত বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

অঞ্চলটোত বিশ্ব বিখ্যাত বন্য জন্তু দুটাক চোৱাৰ বাবে হুলস্থুল লগাই ৰাইজে ভিৰ কৰে যাৰ ফলত গঁড় দুটাও আতংকিত হৈ হিংস্ৰ হৈ পৰে।

গঁড়ৰ আক্ৰমণত গাধাইঝাৰৰ এগৰাকী বাসিন্দা ছংছেৰ আলী আহত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে চৰকাৰীভাৱে এই কথা এতিয়াও নিশ্চিত কৰা হোৱা নাই।

ইয়াৰ মাজতে বন কৰ্মী আৰু স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু কোনো ক্ষয় ক্ষতি নোহোৱাকৈ বিচৰণ কৰি থকা গঁড় দুটাক বনাঞ্চললৈ ঘুৰাই পঠোৱাৰ বাবে অভিযান অব্যাহ ৰাখিছে।

Recent News

Bhitali Das1

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd