• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰ দুৰামাৰীত বিদ্যুৎ কৰ্তন : ৰাইজৰ মাজত হাহাকাৰ

কেৱল দুটা বাল্ব জ্বলোৱা পৰিয়ালৰ বিল আহিল ১৭০০ টকা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 15, 2021 12:43 pm
drone
288
VIEWS
Share on FacebookShare on Twitter

বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন কৰি দিয়াত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দুৰামাৰী গাঁৱৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে।

গাঁৱৰ ৰাইজে সদৰী কৰা মতে উক্ত অঞ্চলৰে এগৰাকী বিদ্যুৎ মিটাৰ ৰিদাৰ হিচাপে বিভাগীয় ভাৱে নিযুক্তিপ্ৰাপ্ত ইদ্ৰিছ আলীয়ে বহু দিন পৰাই বিদ্যুৎ পৰিচালনা কৰি আহিছে।

ইদ্ৰিছ আলীৰ কথা মতেই ৰাইজে বিদ্যুৎ বিভাগক বিল দি আহিছে।

প্ৰতিটো মাহত গ্ৰাহকৰ বিল আদায় কৰি লৈ যায় যদিও বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিল নিদিয়াকৈ হজম কৰি আহিছে বুলি ৰাইজে অভিযোগ কৰে।

নিজে গ্ৰাহকৰ পৰা ধন লৈ  মিটাৰ নোহোৱাকৈ বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ দিয়াৰো অভিযোগ উত্থাপিত হৈছে।

যাৰ ফলত দুটাকৈ বাল্ভ জ্বলোৱা পৰিয়ালৰ বিল ১৭০০ টকালৈ আহিছে।

দুই সহস্ৰাধিক পৰিয়াল থকা উক্ত অঞ্চলৰ গ্ৰাহকৰ মাজত একাংশই বিল দিয়া আৰু নিদিয়া বাবে ইতিমধ্যে বিভাগে বিদ্যুৎ কৰ্তন কৰি দিলে , যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।

উৎকট গৰমত সহিব নোৱাৰা হৈছে আৰু গাঁৱৰ শিক্ষাৰ্থী সকলৰ পঢ়া শুনাত সমস্যাই দেখা দিছে । কাৰণ বৰ্তমান কোভিডৰ বাবে অনলাইন পৰীক্ষা আদি চলি আছে।

সেয়ে ভুক্তভোগী গ্ৰাহক সকলে মিটাৰমান ইদ্ৰিছ আলীক আঁতৰাই দি অন্য এজন মিটাৰমেন নিযুক্তি দি পুনৰ বিদ্যুৎ সংযোগ কৰি দিবলৈ সংশ্লিষ্ট বিভাগলৈ আহ্বান জনাইছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd