DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না: বাহিৰৰ পৰা অহা নিজ গাঁৱৰে লোকক প্ৰৱেশত বাধা; যুৱকে দিছে পহৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2020 7:03 am
3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

3k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে গোটেই দেশতে লকডাউন চলি থকাৰ সময়ত বিভিন্ন চহৰ তথা গাঁৱৰলোক নিজৰ পৰিয়ালৰ স্বাস্থ্যক লৈ সতৰ্ক হৈ পৰিছে।

লকডাউন হোৱাৰ পাছত বিহাৰৰ বাহিৰত থকা বহু লোক নিজ ৰাজ্যলৈ উভতি আহিছে। ইয়াৰ ভিতৰত বহুতৰে থাৰ্মেল স্কীনিং কৰা হৈছে।

ইয়াৰ পাছতো দেশৰ বিভিন্ন চহৰত আৱদ্ধ হৈ থকা বহু লোকে ঘৰলৈ উভতি আহিব বিচাৰিছে। এই সকলৰ ভিতৰত কাম বন্ধ হৈ পৰা শ্ৰমিকৰ সংখ্যাই অধিক।

বিহাৰত যিসকল লোক আন ৰাজ্যৰ পৰা আহিছে, তেওঁলোকক গাঁৱৰ স্কুলত কমেও ১৪ দিন ৰখাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ তাত খোৱাবোৱাৰ ব্যৱস্থাও কৰা হৈছে। কিন্তু তেওঁলোকক নিজৰ পৰিয়ালৰ সৈতে লগ হ’বলৈ দিয়া হোৱা নাই।

বিহাৰৰ কেইবাখনো গাঁৱত গাঁৱবাসীয়ে নিজেই এনে ব্যৱস্থা কৰিছে যাতে কৰ’না ভাইৰাছ বিয়পিব নোৱাৰে। বেছিভাগ গাঁৱতে বাধা আৰোপ কৰা হৈছে।

যুৱকসকলে পহৰা দি আছে আৰু গাঋৱত কোনো বাহিৰৰ পৰা অহা লোকক প্ৰৱেশ কৰাত বাধা দিয়া হৈছে।

গাওঁবাসীয়ে কৈছে যে কৰ’না ভাইৰাছ অতি বিপদজনক আৰু ই এজনে আনজনৰ সৈতে সম্পৰ্কত আহিলে বিয়পে।

বিহাৰৰ দাৰভাংগা, মুজাফ্ফৰপুৰ, মধুবনী,মতিহাৰী আৰু ঔৰংগাবাদৰ দৰে জিলাত এনেধৰণৰ ব্যৱস্থা কৰা হৈছে।

এই জিলাসমূহৰ গাঁৱবোৰত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ গাঁৱবাসীয়ে “ন’ এন্ট্ৰি’ বোৰ্ড লগাই দিছে। কিছুমান গাঁৱত যান-বাহনৰ প্ৰৱেশতো বাধা দিয়া হৈছে।

গাঁৱবাসীৰ স্পষ্ট মত হ’ল যে কৰ’না ভাইৰাছে আত্মীয়-কুটুম্ব বিচাৰ নকৰে, সেয়েহে সাৱধানতা অত্যন্ত জৰুৰী।

Recent News

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd