• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2025 4:07 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত যেন ক্ৰমে বাঢ়িছে বৈদ্যুতিক গাড়ীৰ চাহিদা। ভিয়েটনামৰ বৈদ্যুতিক বাহন নিৰ্মাতা কোম্পানী ভিনফাষ্টে এতিয়া ভাৰতৰ বজাৰত প্ৰৱেশ কৰিছে। কোম্পানীটোৰ আগন্তুক নতুন গাড়ী হৈছে ভিনফাষ্ট ভিএফ৭।

ইতিমধ্যে এই ইলেক্ট্ৰিক এছ ইউ ভিৰ ভিন্নতা, ফিচাৰ আৰু ৰঙৰ বিকল্প প্ৰকাশ কৰা হৈছে। ২০২৫ চনৰ ১ আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই গাড়ীখন।

Apply Now

বজাৰলৈ আহি আছে তিনিটা ভেৰিয়েন্ট

ভিনফাষ্ট ভিএফ৭ গাড়ীখন আৰ্থ, উইণ্ড আৰু স্কাই নামৰ তিনিটা ভেৰিয়েণ্টত মুকলি কৰা হ’ব। ইয়াৰ স্পেচিফিকেশন এতিয়াও সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হোৱা নাই। কিন্তু নাম আৰু পদ্ধতিয়ে ইংগিত দিয়ে যে প্ৰতিটো ভিন্নতা বিভিন্ন গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।

বিলাসী ইন্টেৰিয়ৰ

ইণ্টেৰিয়ৰৰ ক্ষেত্ৰত ১৫ ইঞ্চিৰ ফ্লটিং টাচস্ক্ৰীণ, হেডছ-আপ ডিছপ্লে (HUD), ড্ৰাইভ মোড নিৰ্বাচনৰ বাবে ফিজিকেল বুটাম, ডুৱেল টোন ইণ্টেৰিয়ৰ (মোচা ব্ৰাউন + ক’লা) আদি ফিচাৰ আছে।

ফিচাৰ আৰু সুৰক্ষা

গাড়ীখনত পেনোৰামিক ছানৰুফ, বেতাঁৰ ফোন চাৰ্জিং, ৩৬০ ডিগ্ৰী কেমেৰা, ৮টা এয়াৰবেগ, এডিএএছ (এডভান্সড ড্ৰাইভাৰ এচিষ্টেন্স চিষ্টেম) ফিচাৰো উপলব্ধ। অৰ্থাৎ ফিচাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত VF7 যথেষ্ট ভাল মডেল হ’ব।

৬টা ৰঙৰ বিকল্প

মুঠ ৬টা ৰঙত উপলব্ধ হ’ব ভিনফাষ্ট ভিএফ৭। জেট ব্লেক, ডেছাট ছিলভাৰ, ইনফিনিটি ব্লাংক, হোৱাইট, ক্ৰিমছন ৰেড, জেনিথ গ্ৰে, আৰু আৰ্বান মিণ্ট, এই ৬টা আকৰ্ষণীয় ৰঙত এইখন পোৱা যাব। এই ৰঙসমূহৰ লগতে ভি আকৃতিৰ এল ই ডি ডি আৰ এল ডিজাইন, বল্ড লুক আৰু ভি এফ ৭ৰ লুকে ইয়াক অধিক আকৰ্ষণীয় কৰি তুলিছে।

ভাৰতত এছেম্বলিং

খবৰ অনুসৰি তামিলনাডুৰ টুটিকোৰিনত থকা ভিনফাষ্টৰ নতুন প্লাণ্টত ভিএফ৭ এছেম্বলিং কৰা হ’ব।

প্ৰতিযোগিতাৰ বজাৰ

ভাৰতীয় বজাৰত VinFast VF7 মুকলি কৰাৰ পিছত মহিন্দ্ৰা XUV.e9 আৰু BYD Atto 3 ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। এই গাড়ীখনে হুণ্ডাই আৰু টাটাৰ আগন্তুক EV SUV ৰ সৈতেও প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd