• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বৃদ্ধাশ্ৰমৰ পৰা নিৰ্মাণ কৰা ভিডিঅ’টো চাই অনুৰাগীসকল একপ্ৰকাৰ হতভম্ব হৈ পৰে। ভাৰতীয় তাৰকাগৰাকীৰ দুৰ্দশাক লৈ বহুতে দুখ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2026 2:17 pm
350
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ (টিম ইণ্ডিয়া)ৰ প্ৰাক্তন বেটছমেন বিনোদ কাম্বলিয়ে জীৱনৰ আটাইতকৈ কঠিন সময় পাৰ কৰিছে। ভাৰতীয় তাৰকাগৰাকীৰ আৰ্থিক দুৰ্দশাৰ খবৰ বহু আগতেই পোহৰলৈ আহিছিল। কিন্তু এইবাৰ অধিক হৃদয়বিদাৰক কাৰণত শিৰোনাম দখল কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই অনুৰাগীক ব্যথিত  কৰি তুলিছে। ভিডিঅ’টোত শচীন তেণ্ডুলকাৰৰ বন্ধু বিনোদক বৃদ্ধাশ্ৰমত বহি থকা দেখা গৈছে।

কেৱল সেয়াই নহয়, ভাইৰেল ভিডিঅ’টোত নব্বৈৰ দশকৰ আক্ৰমণাত্মক ক্ৰিকেটাৰগৰাকীয়ে নিজেই কেয়াৰ চেণ্টাৰৰ পৰিসেৱা আৰু অন্যান্য বিষয়ৰ প্ৰশংসা কৰিছে।

Apply Now

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত বৃদ্ধাশ্ৰমৰ বিচনাত বহি গোলাপী ৰঙৰ চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি কাম্বলিয়ে কৈছে, “মই বৰ্তমান নিদানত আছো। ইয়াৰ সেৱাই মোক সঁচাকৈয়ে আপ্লুত কৰিছে। এই কেয়াৰ চেণ্টাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰা আৰম্ভ কৰি আন সকলো সেৱালৈকে বৰ ভাল। ইয়াত থাকোঁতে মই অনুভৱ নকৰো যে মই ঘৰত নাই। ইয়াৰ মানুহখিনিয়ে মোক নিজৰ কৰি লৈছে। মোক বহুত সন্মান কৰে আৰু ভাল পায়।”

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বৃদ্ধাশ্ৰমৰ পৰা নিৰ্মাণ কৰা ভিডিঅ’টো চাই অনুৰাগীসকল একপ্ৰকাৰ হতভম্ব হৈ পৰে। ভাৰতীয় তাৰকাগৰাকীৰ দুৰ্দশাক লৈ বহুতে দুখ প্ৰকাশ কৰিছে। বিনোদৰ শাৰীৰিক অৱস্থাক লৈ তেওঁলোক যথেষ্ট চিন্তিত। ইতিমধ্যে একাংশই ছচিয়েল মিডিয়াত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বাবে চকুলো টুকিছে। ইয়াৰ পূৰ্বেও ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে কাম্বলীৰ আৰ্থিক দুৰ্দশা আৰু শাৰীৰিক অসুস্থতাক লৈ উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে।

উল্লেখ্য যে বিনোদ ভাৰতীয় ক্ৰিকেট দলৰ এজন দক্ষ সদস্য আছিল। ১৯৯১ চনৰ অক্টোবৰ মাহত ভাৰতীয় দলৰ জাৰ্চি পিন্ধি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত অভিষেক ঘটায়। পিছলৈ এই কেৰিয়াৰত শতক অৰ্জন কৰি তেওঁ নিজৰ শক্তি প্ৰমাণ কৰিছিল।

Vinod Kambli’s latest video, he is presently at an elderly care centre in Thane.

Praying for his recovery soon. pic.twitter.com/6k1plg1aCl

— Abhishek ✨ (@ImAbhishek7_) September 25, 2026

বিনোদে টেষ্ট ক্ৰিকেটো খেলিছিল। অৱশ্যে টেষ্টত বিনোদৰ কেৰিয়াৰ বেছি দিন নিটিকিল। মাত্ৰ ২৪ বছৰ বয়সতে তেওঁৰ টেষ্ট ক্ৰিকেট যাত্ৰাৰ অন্ত পৰে। অৱশেষত ২০০০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় কাম্বলিয়ে। উল্লেখ্য যে প্ৰাক্তন ক্ৰিকেটাৰ বিনোদে ১৯৯২ আৰু ১৯৯৬ ক্ৰিকেট বিশ্বকাপত ভাৰতৰ হৈ খেলিছিল।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd