DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলৰ চাংলাং জিলা বন্ধত কেইবাঠাইটো হিংসাত্মক ঘটনা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 26, 2019 9:03 pm
194
VIEWS
Share on FacebookShare on Twitter

৬টা জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ লোৱা অৰুণাচল প্ৰদেশ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গুলীচালনা কৰা ঘটনাৰ প্ৰতিবাদত সদৌ চাংলাং জিলা ছাত্ৰ সন্থাই আজি আহ্বান জনোৱা ১২ ঘণ্টিয়া চাংলাং জিলা বন্ধত বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হয়।

পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰী সকলে ৰাজপথতলৈ ওলাই আহি পথৰ ওপৰত টায়াৰ জলোৱাৰ লগতে বন্ধ সমৰ্থকে চাংলাং সদৰ নগৰত তিনিখন মটৰ চাইকেলত অগ্নিসংযোগ কৰি ভস্মীভূত কৰে।

আনহাতে শতাধিক প্ৰতিবাদীকাৰীয়ে চাংলাঙৰ ৫২ নং দক্ষিণ সমষ্টিৰ বিধায়ক ফোচাম খিমহুনৰ ব্যক্তিগত বাসগৃহলৈ ইটা-শিল দলিয়াই আক্ৰমণ চলায়। ইয়াৰ উপৰি জিলাখনৰ মিয়াওটো বন্ধ সমৰ্থকে স্থানীয় বিধায়ক তথা মন্ত্ৰী কমলাং মোচাঙৰ বাসগৃহৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে ৰাজপথ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ খাৰচাং, জয়ৰামপুৰ, নামপুং আদি অঞ্চলটো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷ অৱশ্য বন্ধৰ সময়ত এই অঞ্চল সমূহৰ পৰা কোনো বিক্ষিপ্ত ঘটনাৰ বাতৰি পোৱা নাই। ইপিনে সন্ধিয়া জিলাখনৰ বিভিন্ন প্ৰান্তত সদৌ চাংলাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মমবাতি লৈ এক মৌন প্ৰতিবাদী সমদল উলিওৱা হয়।

Recent News

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd