• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2021 4:20 pm

1 min read

Violet-Baruah
340
VIEWS
Share on FacebookShare on Twitter

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ আৰক্ষী বাহিনীলৈ গৌৰৱ কঢ়িয়াই আনিছে কোকৰাঝাৰৰ  উপ আৰক্ষী মহাপৰিদৰ্শক ভায়োলেট বৰুৱাৰ লগতে আন ১৩ গৰাকী আৰক্ষীৰ লোকে।

আৰক্ষী বাহিনীত আগবঢ়োৱা বিশিষ্ঠ সেৱাৰ বাবে ৭২ সংখ্যক গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে বিভূছিত কৰা হ’ব বৰুৱাক।

আজি ৰাষ্ট্ৰপতি ভৱনৰ এক বিশেষ সূত্ৰই অসমৰ ভায়োলেট বৰুৱাৰ লগতে আন ১৩ গৰাকী আৰক্ষীৰ লোকক ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

আৰক্ষী বাহিনীলৈ আগবটোৱা সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা আন আৰক্ষীৰ লোকসকল হৈছে ক্ৰমে ধেমাজী লিকাবালিত কৰ্মৰত ২২ নং অসম বেটেলিয়নৰ কমাণ্ডেণ্ট মোছলেহ উদ্দিন আহমেদ,দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞা,দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মা,গোৱালপাৰাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, গোলাঘাটৰ আৰক্ষী পৰিদৰ্শক দীপক বড়া,শিলচৰৰ আৰক্ষী উপ-পৰিদৰ্শক ইমাম উদ্দিন চৌধুৰী,গুৱাহাটীৰ উপ-পৰিদৰ্শক ডিম্ব ৰাম তেৰাং,কাচাৰৰ সহকাৰী উপ-পৰিদৰ্শক নিৰঞ্জন দাস,কাচাৰৰ আৰক্ষী বিষয়া আনোৱাৰ হুছেইন বৰভূঞা, গুৱাহাটীৰ কনিষ্টবল পংকজ মহন্ত, গুৱাহাটীৰ কনিষ্টবল জীতেন্দ্ৰ কুমাৰ সিং যাদৱ, গুৱাহাটীৰ কনিষ্টবল হেমেন দাস আৰু কোকৰাঝাৰৰ কনিষ্টবল অনিল ৰাজবংশী।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd