• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাইৰেল ‘আইআইটি বাবা’ক সোনকালে ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2025 7:48 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰলৈ উভতি আহক ল’ৰা। এই দাবী এইবাৰৰ কুম্ভমেলাত বহু চৰ্চিত হোৱা আইআইটি বাবা ওৰফে অভয় সিঙৰ পৰিয়ালৰ। এইগৰাকী সন্ন্যাসী মকৰ সংক্ৰান্তিৰ বাবে অমৃত স্নান কৰিবলৈ গংগা, যমুনা, সৰস্বতী নদীৰ সংগমস্থলী ত্ৰিবেণী সংগমত উপস্থিত হৈছে। তাতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ জীৱনৰ বিষয়ে দুই এটা কথা কোৱা শুনা গ’ল। আৰু তাৰ পাছত ধুমুহাৰ দৰে ভাইৰেল হৈ পৰিল।

যদিও আইআইটি বাবাৰ প্ৰকৃত নাম অভয় আছিল, তথাপিও তপস্বী জীৱনত তেওঁ মাছানি গোৰক্ষ নামেৰে পৰিচিত। এই অভয়ক ঘৰলৈ ঘূৰাই আনিবলৈ হতাশ হৈ পৰিছে পৰিয়ালটো। অভয়ে আই আই টি বম্বেৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী পাছ কৰে। তাৰ পাছত ৪ বছৰ মুম্বাইত এৰোস্পেচ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। কিন্তু লাহে লাহে তেওঁ উপলব্ধি কৰে যে এই জীৱনটো তেওঁৰ বাবে নহয়।

Apply Now

কিন্তু সেই সময়ৰ পৰা তেওঁ মঠ-মন্দিৰ জীৱনৰ ফালে ঢাল খোৱা আৰম্ভ কৰে। তেওঁৰ আটাইতকৈ ডাঙৰ হবী আছিল ভ্ৰমণ ফটোগ্ৰাফী। সেইটো কৰিবলৈ আৰম্ভ কৰিলে এটা কোৰ্চ লৈ। অভয়ে দাবী কৰে যে তাৰ পিছত জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি হৈছিল।

অভয় সিঙৰ পিতৃ কৰণ গ্ৰেৱাল হাৰিয়ানাৰ বাসিন্দা আৰু পেছাত এজন অধিবক্তা। তেওঁ ক‘লে, “ল’ৰাটো আৰম্ভণিৰে পৰাই আধ্যাত্মিক আছিল। ছমাহ আগলৈকে তেওঁৰ লগত যোগাযোগ ৰাখিছিলো। ইয়াৰ পাছত ল’ৰাজনে নিজেই পৰিয়ালটোৰ লগত যোগাযোগ বন্ধ কৰি দিলে। আগতে হৰিদ্বাৰত বুলি শুনি তালৈ লৰালৰিকৈ গৈছিলোঁ। কিন্তু আমি লগ পোৱা নাছিলোঁ। হয়তো ইচ্ছাকৃতভাৱে লগ হোৱা নাছিল।”

লগতে পুত্ৰ ঘৰলৈ উভতি অহাৰ সন্দৰ্ভত দেউতাকে লগতে কয়, “মই আৰু মোৰ সমগ্ৰ পৰিয়ালে বিচাৰো যে তেওঁ যিমান সোনকালে পাৰে ঘৰলৈ উভতি যাওক।” মাকেও তাক ঘৰলৈ উভতি যাবলৈ ক’লে। কিন্তু তেওঁৰ একমাত্ৰ উত্তৰ আছিল যে তেওঁ সন্যাস ধৰ্ম গ্ৰহণ কৰাৰ পাছত আৰু সেয়া সম্ভৱ হৈ উঠা নাই। নিজৰ জীৱন বাছি লোৱাৰ অধিকাৰ প্ৰত্যেকৰে আছে।

জনা যায় যে অভয়ে ভ্ৰমণ ফটোগ্ৰাফীৰ উপৰিও নিজাকৈ কোচিং চেণ্টাৰো খুলিছিল। তাত তেওঁ পদাৰ্থ বিজ্ঞানৰ শিক্ষা দিছিল। কিন্তু এজন মেধাৱী ছাত্ৰ হোৱাৰ পাছতো তেওঁ এই প্ৰচেষ্টাত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। তেতিয়াই তেওঁ কাৰ্যতঃ সকলো ত্যাগ কৰি আধ্যাত্মিক হোৱাৰ কথা ভাবিছিল।

বৰ্তমান অভয়ে নিজকে শিৱৰ ভক্তি ভক্ত বুলি দাবী কৰি তপস্যাৰ জীৱন যাপন কৰি আছে। আৰু সেইবাবেই মহাকুম্ভ এতিয়া তেওঁৰ ঠিকনা হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd