• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিদ-১৯-ৰ পুজিৰ বাবে আই পি এলৰ স্মৰণীয় ক্ৰিকেটৰ সামগ্ৰী নিলাম কৰিব কোহলী আৰু ভিলিয়াৰ্ছে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 25, 2020 1:52 pm

2 min read

কোভিদ-১৯-ৰ পুজিৰ বাবে আই পি এলৰ স্মৰণীয় ক্ৰিকেটৰ সামগ্ৰী নিলাম কৰিব কোহলী আৰু ভিলিয়াৰ্ছে

কোহলী আৰু ভিলিয়াৰ্ছ

1.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছত আক্ৰান্ত সকলৰ বাবে সাহায্য পুজি গঠনৰ বাবে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ এ বি ডি ভিলিয়াৰ্ছে তেওঁলোকৰ আই পি এলৰ কিছু সংখ্যক স্মৰণীয় সামগ্ৰী নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

২০১৬ চনত আই পি এলৰ  এখন খেলত গুজৰাট লায়নছৰ বিৰুদ্ধে বিৰাট কোহলী আৰু ভিলিয়াৰ্ছে ২২৯ ৰানৰ যুটি বান্ধিছিল য’ত দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰে শতকীয় ইনিংছ খেলিছিল। এই খেলখনত দুয়ো ব্যৱহাৰ কৰা ক্ৰিকেটৰ সামগ্ৰী সমূহ কোভিদ-১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে সাহায্য পুজি গঠনৰ হকে দুয়ো নিলাম কৰিব।

‘‘খেলখনত মই ১২০ ৰান আৰু তুমিও শতৰান কৰিছিলা…..যিটো প্ৰতিদিনে নহয়,’’ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ গৰাকীয়ে কয়।

‘‘অংশ লওক…..কিছু সংখ্যক মানুহে নিজৰ খাদ্য লাভ কৰিব,’’ ভিলিয়াৰ্ছে লগতে কয়।

উল্লেখযোগ্য যে, বিৰাট কোহলী আৰু ভিলিয়াৰ্ছে কোভিদ-১৯ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিব লাগে বুলি মন্তব্য কৰি সামাজিক দূৰত্ব আৰু ল’কডাউনৰ নিয়ম সমূহ মানি চলাটোৱে বৰ্তমানলৈ আটাইতকৈ নিৰ্ভৰযোগ্য উপায় বুলি কয়।

ভাৰতৰ লগতে দক্ষিণ আফ্ৰিকাতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

আনহাতে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলা বাতিল কৰা হৈছিল আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ সকলে ভাৰতৰ পৰা উভতি গৈ নিজ দেশত কোৱাৰিণ্টাইনত থাকিবলগীয়া হৈছিল।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd