• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন এক অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে, অতিক্ৰম কৰিলে ৰিকী পণ্টিঙক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2021 8:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন এক অভিলেখৰ গৰাকী হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী।

পুনেত ইংলেণ্ডৰ বিৰুদ্ধে আজি অনুষ্ঠিত তিনিখনিয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াত তেওঁ ৫৬ ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিয়ে।

Apply Now

এই ইনিংছটোৰে তেওঁ ঘৰুৱা মাটিত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া, টেষ্ট আৰু টি-২০ত দ্ৰুতগতিত ১০,০০০ ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ স্থাপন কৰিছে।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙৰ হাতত।

কোহলীয়ে অৰ্ধ শতক অৰ্জন কৰাৰ লগে লগে এই অভিলেখত উপনীত হয়।

ঘৰুৱা মাটিত বৰ্তমানলৈকে তেওঁ ৬১.৭৪ এভাৰেজ ৰাণসহ ১৯৫টা ইনিংছত ১০০০২ ৰাণ সংগ্ৰহ কৰিছে।

আনহাতে পণ্টিঙে এই অভিলেখ স্থাপনৰ বাবে খেলিব লগা হৈছিল ২১৯ টা ইনিংছ।

বৰ্তমান, এই অভিলেখৰ তালিকাত কোহলী আৰু পণ্টিঙৰ পাছতে আছে শচীন টেণ্ডুলকাৰ।

টেণ্ডুলকাৰে ২২৩টা ইনিংছত এই ৰাণ সংগ্ৰহ কৰিছিল।

ঘৰুৱা মাটিত ১০,০০০ ৰাণ সংগ্ৰহ কৰা আনকেইজন বেটছমেন হৈছে- শ্ৰীলংকাৰ মাহেলা জয়াবৰ্দেন, কুমাৰ ছাংগাক্কাৰা আৰু দক্ষিণ আফ্ৰিকাৰ জেকছ কালিছ।

আনহাতে, আজি অনুষ্ঠিত হোৱা মেচখনত ইংলেণ্ডে টছত জিকি বলিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতে প্ৰথম ইনিংছত পাঁচ উইকেটত ৩১৭ ৰাণ সংগ্ৰহ কৰি সন্মানজনক স্থানত উপনীত হয়।

অপেনাৰ শিখৰ ধাৱান (৯৮), অধিনায়ক কোহলী (৫৬), কে এল ৰাহুল (৬২) আৰু এদিনীয়া অভিষেক ঘটোৱা ক্ৰুণাল পাণ্ডিয়াই (৫৮) বেটিং বিক্ৰম প্ৰদৰ্শন কৰে।

উল্লেখযোগ্য যে মাত্ৰ ২৬টা বলতে অৰ্ধশতক অৰ্জন কৰি পাণ্ডিয়াই অভিষেক মেচত আটাইতকৈ দ্ৰুতগতিত অৰ্ধশতক কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে।

ইংলেণ্ডৰ হৈ বেন ষ্টকছে ৩টা আৰু মাৰ্ক উডে ২টাকৈ উইকেট লাভ কৰে।

বাতৰি লিখাৰ পৰলৈকে, ইংলেণ্ডে ৩১৮ ৰাণৰ লক্ষ্য আগত লৈ ২৫ অভাৰত পাঁচটা উইকেট হেৰুৱাই ১৭৬ ৰাণ সংগ্ৰহ কৰিছে।

ইংলেণ্ডৰ এই সৱল স্থিতিৰ মূলতে হ’ল জনী ব’ৰিষ্ট’ৰ ৬৬টা বলত ৯৪ ৰাণৰ এক দুৰ্দান্ত ইনিংছ।

আনহাতে, ভাৰতৰ হৈ শ্বাৰদুল ঠাকুৰে ৩টা আৰু কেৰিয়াৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ খেলা প্ৰসিদ্ধ কৃষ্ণই ২টাকৈ উইকেট লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd