• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৱাহাটীত সংবাদমেলত বিৰাট কোহলিয়ে ‘কা’লৈ নিজৰ মত প্ৰকাশ কৰিলে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 4, 2020 5:11 pm

1 min read

Fastest 11k international runs as captain: Indian skipper Virat Kohli adds another feather in his cap

বিৰাত ক’হলিৰ ফাইল ছবি।

16.3k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ৫ জানুৱাৰিৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ খেল অনুষ্ঠিত হ’ব। ইতিমধ্যে দুয়োটা দলৰ খেলুৱৈসকল আহি গুৱাহাটীত উপস্থিত হৈছেহি। লগতে দুয়োটা দলৰ খেলুৱৈ সকলে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে।

ইফালে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়ে আজি এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত কোহলিয়ে কয়, “শ্ৰীলংকাৰ বিৰুদ্ধে আমি জয় হ’ম গুৱাহাটীত। সম্মুখত টী-২০ বিশ্বকাপ আছে, সেয়ে নৱাগতসকলৰ বাবে এই তিনিখন টী-২০ এটা ভাল সুযোগ হ’ব৷”

দেওবাৰে হ’ব লগীয়া খেলখনত কে এল ৰাহুল আৰু শিখৰ ধাৱনে অপেনাৰৰ দায়িত্বত থাকিব বুলি সংবাদমেলত কোহলিয়ে উল্লেখ কৰি কয় ভাৰতত প্ৰতিভা থকা খেলুৱৈৰ অভাৱ নাই।

আনহাতে নাগৰিকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কোহলিয়ে কয় যে তেওঁ এই সম্পৰ্কত জ্ঞাত নহয় গতিকে সমৰ্থন বা বিৰোধ কৰি কোনো মন্তব্য নকৰে।

“গুৱাহাটীত ‘কা’ক লৈ এতিয়া কিবা হৈ আছে যদিও মই নাজানো কিন্তু আমি এতিয়া লৈ সুৰক্ষিত আৰু শান্তি ভাবেই আছো ৷ সেই বাবে মই মন্তব্য কৰিব নোখোজো।” মন্তব্য বিৰাট কোহলিৰ।

লগতে সংবাদমেলত কোহলিয়ে গুৱাহাটী সন্দৰ্ভত ‘The City is absolutely Safe’ বুলিও মন্তব্য কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd