• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

শেহতীয়াকৈ ভাৰতীয় তাৰকাগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা যমৰাজৰ সাজ-পোছাক পৰিধান কৰি কেইখনমান ছবি শ্বেয়াৰ কৰিছে। এইটো দেখি অনুৰাগীসকল সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰে। কিন্তু কিয় হঠাৎ যমৰাজৰ বেশত আবিৰ্ভাৱ হ’ল বীৰেন্দ্ৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2026 5:07 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট জগতৰ আটাইতকৈ বিপজ্জনক অ’পেনাৰৰ তালিকাত আছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ। ক্ৰিকেট কেৰিয়াৰত তেওঁ দেশক বহু যুঁজত জয়ী কৰিছে। এই ভাৰতীয় কিংবদন্তিজনে বাৰে বাৰে বেট হাতত লৈ নিজকে প্ৰমাণ কৰি আহিছে। এইবাৰ সেই বীৰেন্দ্ৰক দেখা গ’ল সম্পূৰ্ণ বেলেগ চৰিত্ৰত।

শেহতীয়াকৈ ভাৰতীয় তাৰকাগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা যমৰাজৰ সাজ-পোছাক পৰিধান কৰি কেইখনমান ছবি শ্বেয়াৰ কৰিছে। এইটো দেখি অনুৰাগীসকল সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰে। কিন্তু কিয় হঠাৎ যমৰাজৰ বেশত আবিৰ্ভাৱ হ’ল বীৰেন্দ্ৰ?

তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা যমৰাজৰ সাজ-পোছাক পৰিহিত এখন ছবি শ্বেয়াৰ কৰাৰ পিছত বহুতে প্ৰশ্ন কৰিছে যে বীৰেন্দ্ৰ ছেহৱাগ হঠাতে কিয় এনে অৱতাৰত? বহুতে ধাৰণা কৰে যে ভাৰতীয় তাৰকাগৰাকীয়ে যাত্ৰা বা থিয়েটাৰ দলত যোগদান কৰিছে।

Apply Now

কিন্তু সেইবোৰ একো নহয়। বৰঞ্চ এইবাৰ টিম ইণ্ডিয়াৰ প্ৰাক্তন সদস্যগৰাকীয়ে আৰু ডাঙৰ চমক দিবলৈ ওলাইছে। দৰাচলতে ৰিয়েলিটি শ্ব’ ৰাইজ এণ্ড ফ’ল ছিজন ২ য়ে বজাৰ কঁপাবলৈ আহি আছে। আৰু এই শ্বোৰ সঞ্চালকৰ ৰূপত দেখা যাব ছেহৱাগক।

কোৱা বাহুল্য যে ক্ৰিকেট খেলপথাৰ ত্যাগ কৰি এতিয়া মনোৰঞ্জন জগতত ভৰি দিবলৈ ওলাইছে ছেহৱাগে। আছনীৰ গ্ৰোভাৰে আমাজন এমএক্স প্লেয়াৰছ ৰাইজ এণ্ড ফ’লৰ প্ৰথম ছিজনৰ সঞ্চালনা কৰিছিল।

এতিয়া সেই ৰিয়েলিটি শ্ব’ৰ আগন্তুক দ্বিতীয় ছিজন সঞ্চালনাৰ দায়িত্ব দিয়া হৈছে টিম ইণ্ডিয়াৰ প্ৰাক্তন সদস্যক। আৰু সেই শ্ব’টোৰ প্ৰচাৰত যোগদান কৰাৰ সময়তে ছেহৱাগে যমৰাজৰ অভিনৱ ৰূপত ধৰা দিছে।

কিছুদিন পূৰ্বে মুক্তি পাইছিল ছেহৱাগৰ নতুন শ্বোৰ টিজাৰ। সেই প্ৰমো ভিডিঅ’টোত ভাৰতীয় তাৰকাগৰাকীক কেতিয়াবা ছাৰ আইজাক নিউটনৰ ৰূপত, কেতিয়াবা সাধাৰণ স্কুলৰ শিক্ষক হিচাপে, কেতিয়াবা ডাক্তৰ বা কাৰাটেৰ প্ৰশিক্ষক হিচাপে দেখা গৈছে।

ভিডিঅ’টোৰ শেষৰ ফালে যমৰাজৰ চৰিত্ৰত অৱতীৰ্ণ হয় নজফগড়ৰ নবাবে। সেই সাজ-পোছাকেৰে ছচিয়েল মিডিয়াত এটি আভাস জনসাধাৰণৰ মাজলৈ লৈ আহিছে ভাৰতীয় তাৰকাগৰাকীয়ে।

মন কৰিবলগীয়া যে ৰাইজ এণ্ড ফ’লৰ মূল ধাৰণাটোৱেই সম্পূৰ্ণ বিপৰীত জগতক লৈ নিৰ্মিত। এফালে বিলাসী অতিথিশালা, আনফালে বেছমেণ্ট। জানিব পৰা মতে, নতুন ছিজনত ১৫ গৰাকী তাৰকা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। যাক মূলতঃ দুটা দলত ভাগ কৰি দিয়া হ’ব। এটা দল থাকিব শাসক বা ৰুলাৰ্ছ হিচাপে, আনটো দল থাকিব ৱৰ্কাৰ্ছ বা কৰ্মী হিচাপে।

প্ৰতি মুহূৰ্ততে পৰিৱৰ্তিত হোৱা এই কৌশলগত ৰিয়েলিটি শ্ব’ত সঞ্চালকৰ ভূমিকাৰ সৈতে ছেহৱাগে কিমান ভালদৰে খাপ খাব পাৰে সেয়া হ’ব লক্ষ্যণীয়। উল্লেখ্য যে ৰাইজ এণ্ড ফ’ল হৈছে মূলতঃ ব্ৰিটিছ প্ৰযোজনা কোম্পানী লেম্বাৰ্টে প্ৰস্তুত কৰা জনপ্ৰিয় শ্ব’। এইবাৰ সেইটোকে বানিজয় এছিয়াই দেশীয় সংস্কৰণত প্ৰস্তুত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd